• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উৎকোচ বিচৰাৰ অভিযোগত নিলম্বিত ডি এছ পি ভাস্কৰ ওজাৰ জামিন আবেদন নামঞ্জুৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 25, 2018 10:59 am

1 min read

ভাস্কৰ ওজা

নিলম্বিত ডি এছ পি ভাস্কৰ ওজা।

121
VIEWS
Share on FacebookShare on Twitter

ধুবুৰী জিলাৰ নিলম্বিত উপ-আৰক্ষী অধীক্ষক ভাস্কৰ ওজাই আগতীয়া জামিন বিচাৰি জনোৱা আবেদন এখন শুকুৰবাৰে বিশেষ ন্যায়াধীশৰ আদালতে নামঞ্জুৰ কৰে। ওজাই ধুবুৰীত গোচৰ নিষ্পত্তিৰ বাবে ৩০ লাখ টকা ভেটী লোৱাৰ অপৰাধত প্ৰায় এমাহ আগতে চাকৰিৰ পৰা নিলম্বিত হৈছিল।

অভিযুক্ত এ পি এছ বিষয়াজনৰ বিৰুদ্ধে ধুবুৰী থানাত ৰুজু হোৱা ১০৪৩/২০১৮ (দুৰ্নীতি প্ৰতিৰোধ আইনৰ ৭ নং ধাৰাৰ অধীনত) নম্বৰৰ গোচৰৰ কেছ ডায়েৰীত থকা তথ্য আৰু সমলৰ ভিত্তিত আদালতে আগতীয়া জামিন আবেদনখন নামঞ্জুৰ কৰে।

উল্লেখযোগ্য যে আৰিফুল ইছলাম নামৰ এজন ব্যক্তিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত যোৱা ২৪ জুলাইতে ধুবুৰী থানাত অভিযুক্ত ভাস্কৰ ওজাৰ বিৰুদ্ধে পি চি এক্ট ১০৪৩/১৮ ইউ/এছ ৭ৰ অধীনত গোচৰটো পঞ্জীয়ন কৰা হৈছিল।

আনহাতে, ভাস্কৰ ওজাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ভিত্তিত গৃহ বিভাগে ২০ জুলাইত তেওঁক নিলম্বন কৰিছিল। এ পি এছ বিষয়াজনে উৎকোচ বিচৰা আৰু গ্ৰহণ কৰা ভিডিঅ’সহ সকলো সাক্ষ্য প্ৰমাণ ইতিমধ্যে গৃহ বিভাগে লাভ কৰা বুলি জানিব পৰা গৈছে।

কিন্তু ৰহস্যজনকভাৱে নিলম্বনৰ এমাহৰ পিছতো দুৰ্নীতিগ্ৰস্ত বিষয়াজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাত বিভিন্ন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd