DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সীমান্ত টেঙাপানীত বিধায়ক বলিন চেতিয়াৰ বিনামূলীয়া সৌৰ চাকি সংযোগ কাৰ্য্যসূচীৰ শুভাৰম্ভণি

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 6, 2019 8:53 pm
Balin Chetiya meeting

বলিন চেতিয়াৰ বৈঠক

1.3k
VIEWS
Share on FacebookShare on Twitter

অসমৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ অতি পাছপৰা অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী গাঁও তথা খৰশ্ৰোতা ন-দিহিং নদীয়ে বিভক্ত কৰি ৰখা সীমান্ত টেঙাপানী গাঁৱৰ ৰাইজে বিদ্যুত সেৱাৰ পৰা যুগ যুগ ধৰি বঞ্চিত হৈ থকাত শেহতীয়াকৈ স্থানীয় বিধায়ক বলিন চেতিয়াৰ তৎপৰতাত গাঁৱবাসীয়ে নিজৰ ঘৰখন সৌৰ চাকিৰে পোহৰাবলৈ সক্ষম হ’ব।

আজি বিয়লি বিধায়কগৰাকীয়ে টেঙাপানী প্ৰাথমিক বিদ্যালয়ত আয়োজিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি আগন্তুক ছেপ্তেম্বৰ মাহৰ ভিতৰত গাঁৱখনত ১০৫ টা পৰিয়ালে বিনামূলীয়া সৌৰ চাকিৰ সংযোগ লাভ কৰিব বুলি ঘোষণা কৰাৰ লগতে চলিত সপ্তাহৰ পৰাই এই কামৰ শুভাৰম্ভ কৰা হ’ব বুলি গাঁৱবাসীক আশ্বাস দিয়ে।

আনহাতে, আজিৰ অনুষ্ঠানত এ পি ডি চি এলৰ সঞ্চালক তৰুণ বৰুৱা মৰাণ, বিভাগীয় বিষয়া ৰাজীৱ গগৈ, বিধায়ক প্ৰতিনিধি সীমান্ত মৰাণ আদিয়ে অংশগ্ৰহণ কৰে।

তদুপৰি, বিধায়কগৰাকীয়ে আজি সমষ্টিটোৰ তালাপ, কাকপথাৰ, মাইথং আৰু ডিৰাক গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণ কাৰ্য্যসূচী শুভাৰম্ভ কৰে বুলি বিধায়ক প্ৰতিনিধি সীমান্ত মৰাণে জানিবলৈ দিয়ে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd