• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এখন বিদ্যালয়ে লিংগ সমতাৰ বাবে ল’লে বিশেষ পদক্ষেপ, প্ৰৱৰ্তন লিংগ নিৰপেক্ষ ইউনিফৰ্ম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 16, 2021 5:53 pm
Gender-neutral uniform in school
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লিংগ সমতা নিশ্চিত কৰিবলৈ কেৰালাৰ কোজিকোডৰ এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে হাতত লৈছে এক বিশেষ পদক্ষেপ। বুধবাৰে বিদ্যালয় খনৰ একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে লিংগ-নিৰপেক্ষ ইউনিফৰ্ম গ্ৰহণ কৰি এক আদৰ্শ দেখুৱাইছে।

বিদ্যালয় খনৰ একাদশ শ্ৰেণীৰ প্ৰায় ২০০ গৰাকী ছাত্ৰী আৰু ৬০ জন ছাত্ৰৰ বাবে নীলা পেণ্ট আৰু পটিযুক্ত বগা চাৰ্টৰ এক উমৈহতীয়া ইউনিফৰ্ম নিৰ্ধাৰণ কৰিছে।

Apply Now

বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি কে শিবুৱে কয় যে বিদ্যালয়খনে কোনো শিক্ষাৰ্থীক নতুন ইউনিফৰ্ম পিন্ধিবলৈ বাধ্য নকৰে। ছোৱালী আৰু ল’ৰা দুয়োৰে বাবে একে স্তৰৰ স্বাধীনতা নিশ্চিত কৰাৰ বাবে এই ইউনিফৰ্ম প্ৰৱৰ্তন কৰা হৈছে। শিক্ষাৰ্থীসকলে স্ব ইচ্ছাৰেওৰণি বা স্কার্ফ ব্যৱহাৰ কৰিব পাৰিব বুলি তেওঁ মন্তব্য কৰে।

প্ৰথমবাৰৰ বাবে চৰকাৰী খণ্ডৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ছোৱালী আৰু ল’ৰাৰ বাবে এক উমৈহতীয়া ইউনিফৰ্ম ৰূপায়ণ কৰিছে। লিংগ সমতাৰ বাবে ই এক আকৰ্ষণীয় পদক্ষেপ হিচাপে চৰ্চিত হৈছে।

লিংগ-নিৰপেক্ষ ইউনিফৰ্ম ৰূপায়ণৰ কথা ঘোষণা কৰি উচ্চ শিক্ষা মন্ত্ৰী অধ্যাপক আৰ বিন্দুৱে কয় যে নতুন ইউনিফৰ্মে লিংগ নিৰ্বিশেষে শিক্ষাৰ্থীসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। আনহাতে নতুন ইউনিফৰ্মৰ বিৰুদ্ধে একাংশ গোঢ়া মুছলমান লোকৰ বিৰোধিতা সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে সমাজত প্ৰগতিশীল পৰিৱৰ্তনৰ বিৰুদ্ধে ৰক্ষণশীল উপাদানবোৰে বিদ্ৰোহ কৰাটো অতি স্বাভাৱিক।

তেওঁ লগতে কয় যে লিংগ-নিৰপেক্ষ ইউনিফৰ্মে পুৰুষ আৰু মহিলাৰ মাজৰ পৃথকীকৰণ বিলুপ্ত কৰাত সহায় কৰিব আৰু এক বাৰ্তা দিব যে সকলো মানুহে একে দিশত আগবাঢ়িব লাগে। যেতিয়া ল’ৰাবোৰে তেওঁলোকৰ পোছাক বাছনি কৰাৰ স্বাধীনতা পায়, ছোৱালীবোৰে আনক আকৰ্ষিত কৰিবলৈ পোছাক পিন্ধিব লাগে। এয়া এক প্ৰকাৰৰ বৈষম্য বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

নতুন ইউনিফৰ্মে ছোৱালীবোৰক তেওঁলোকৰ শৰীৰৰ বিষয়ে চিন্তা নকৰাকৈ আত্মবিশ্বাসেৰে ঘূৰি ফুৰাত সহায় কৰিব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে লিংগ-নিৰপেক্ষ ইউনিফৰ্ম বৃহৎ পৰিৱৰ্তনৰ দিশত এক পদক্ষেপ বুলি চিহ্নিত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm
গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm
‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

August 4, 2026 11:31 am
৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

August 4, 2026 10:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm
গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd