• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনৰ পূৰ্বে ইয়াচিন মালিকৰ জে কে এল এফক আৰু ৫ বছৰৰ বাবে নিষিদ্ধ কৰিলে কেন্দ্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2024 8:57 am
জে কে এল এফৰ নেতা ইয়াচিন মালিক। ফাইল ফটোঃ 
 সংগ্ৰহীত।

জে কে এল এফৰ নেতা ইয়াচিন মালিক। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে ঘোষণা কৰা হৈছে লোকসভা নিৰ্বাচন। তাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লয়। বিচ্ছিন্নতাবাদী নেতা ইয়াছিন মালিকৰ নেতৃত্বৰ জম্মু কাশ্মীৰ লিবাৰেশ্যন ফ্ৰণ্টৰ ওপৰত (জে কে এল এফ) আৰু পাঁচ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

নিৰ্বাচনৰ সময়ত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ প্ৰতিৰোধৰ বাবে এই সিদ্ধান্ত লোৱা বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। জে কে এল এফৰ অধীনৰ আন চাৰিটা গোটকো ভাৰতত নিষেধাজ্ঞা কৰা হৈছে।

সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত এই সংগঠনটোক নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰৰ মতে, বিচ্ছিন্নতাবাদী নেতা ইয়াচিন মালিকৰ এই সংগঠনটোৱে কাশ্মীৰত বিভিন্ন বিচ্ছিন্নতাবাদী কাৰ্যকলাপত ইন্ধন যোগাইছিল।

Apply Now

লগতে পঢ়কঃ আজিৰে পৰাই কাৰ্যকৰী নিৰ্বাচনী আদৰ্শ আচৰণ বিধি; কি কি নিয়ম মানি চলিব লাগিব জানেনে?

ইয়াচিন মালিক জেলত থাকিলেও তেওঁৰ সংগঠনৰ কাম-কাজ একেই আছে। এনে পৰিস্থিতিত যদি এই সংগঠনটোক নিষিদ্ধ ঘোষণা কৰা নহয়, তেন্তে ই কাশ্মীৰৰ শান্তি বিঘ্নিত কৰিব পাৰে। সেয়েহে জে কে এল এফক অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউ এ পি এ)ৰ বিভিন্ন ধাৰাত নিষিদ্ধ কৰা হৈছে।

এই ঘোষণাৰ লগে লগে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰে। বিবৃতি অনুসৰি জে কে এল এফে বিভিন্ন দেশবিৰোধী কাৰ্যকলাপত লিপ্ত হৈছিল। ইয়াচিন মালিকক গ্ৰেপ্তাৰ কৰাৰ পিছতো সংগঠনটোৰ কৰ্মীসকলে নিজৰ কাম অব্যাহত ৰাখিছিল। কাশ্মীৰ আৰু পাকিস্তানৰ বিভিন্ন উগ্ৰপন্থী সংগঠনৰ সৈতে তেওঁলোক জড়িত আছিল বুলিও জনা যায়।

শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এক্স হেণ্ডেলত কয় যে যি কোনো ব্যক্তিয়ে দেশৰ নিৰাপত্তা, সাৰ্বভৌমত্ব আৰু অখণ্ডতাক ক্ষতিগ্ৰস্ত কৰিবলৈ চেষ্টা কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

লগতে পঢ়কঃ শিবিৰৰ পৰাই ভোটদান কৰিব পাৰিব হিংসাজৰ্জৰ মণিপুৰৰ লোকেঃ নিৰ্বাচন আয়োগৰ ঘোষণা

কেন্দ্ৰৰ দাবী যে জম্মু-কাশ্মীৰ লিবাৰেশ্যন ফ্ৰণ্টে বিভিন্ন ধৰণৰ কূতাঘাতমূলক বাবে বহিঃৰাজ্যৰ সন্ত্ৰাসবাদী সংগঠনক সহায় কৰিছিল। অভিযোগ অনুসৰি উপত্যকাত সন্ত্ৰাস আৰু অশান্তিৰ সৃষ্টিৰ অন্যতম প্ৰধান ভূমিকা আছিল এই জে কে এল এফৰ। আৰু সেইবাবেই এই ধৰণৰ সংগঠন যদি নিষিদ্ধ নহয়, তেন্তে কাশ্মীৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত ই এক সমস্যা হ’ব বুলি গৃহ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে।

Pursuing PM @narendramodi Ji's policy of zero-tolerance towards terrorism, the MHA has declared four factions of the Jammu and Kashmir Peoples League—namely, JKPL (Mukhtar Ahmed Waza), JKPL (Bashir Ahmad Tota), JKPL (Ghulam Mohammad Khan) and JKPL (Aziz Sheikh) led by Yaqoob…

— Amit Shah (@AmitShah) March 16, 2024

পুলৱামা আক্ৰমণৰ পিছতহে জম্মু-কাশ্মীৰত বিভিন্ন বিচ্ছিন্নতাবাদী সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়। প্ৰথমে জম্মু-কাশ্মীৰৰ প্ৰায় সকলো বিচ্ছিন্নতাবাদী নেতাক গ্ৰেপ্তাৰ কৰা হ’ল। তাৰ পিছত তেওঁলোকৰ সংগঠনসমূহ নিষিদ্ধ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল।

ইয়াৰ পূৰ্বে দুটা সংগঠনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ইয়াৰ পূৰ্বে ‘জামাত-ই-ইছলামী জম্মু-কাশ্মীৰ’ সংগঠনটোক নিষিদ্ধ ঘোষণা কৰা হৈছিল। এই সংগঠনৰ নেতা আব্দুল হামিদ ফায়াজ বৰ্তমান কাৰাগাৰত আছে। আনহাতে, জম্মুৰ কোট বলৱাল কাৰাগাৰত বন্দী হৈ আছে ইয়াচিন মালিক। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

July 17, 2026 2:58 pm
বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

July 17, 2026 1:52 pm
মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

July 17, 2026 1:16 pm
শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

July 17, 2026 2:58 pm
বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

July 17, 2026 1:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd