• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাৰ ‘মৰ্যাদা হানি’ৰ অভিযোগত বাংলাদেশে গ্ৰেপ্তাৰ কৰিলে ‘ফিফা’ৰ বিষয়াক

NE NOW NEWS এন ই নাও নিউজ
ঢাকা , March 17, 2019 7:49 am

2 min read

Sheikh-Hasina-1-750x375

বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনা। ফটো : টুইটাৰ

1.1k
VIEWS
Share on FacebookShare on Twitter

দেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাৰ মৰ্যাদা হানিৰ অভিযোগত বাংলাদেশে ‘ফিফা’ৰ এগৰাকী জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ কৰিছে।

২০১৭ চনৰে পৰা মহিলা ফুটবলৰ ৰাষ্ট্ৰীয় মুৰব্বী ফিফা কাউন্সিলৰ এগৰাকী সদস্য মাহফুজা আখতাৰে যোৱা মাহত এটা টিভি টক শ্ব’ত কৈছিল যে প্ৰধান মন্ত্ৰী হাছিনাই ক্ৰিকেট বলিয়া দেশখনত ফুটবলক অৱহেলা কৰিছে।

বাতৰি অনুসৰি, স্থানীয় ক্ৰীড়া প্ৰশাসক আবুল হাছান চৌধুৰীৰ পৰা এক আনুষ্ঠানিক মানহানিৰ অভিযোগ পোৱাৰ পাছত মঙলবাৰে ঢাকাৰ এখন আদালতে মাহফুজাৰ বিৰুদ্ধে এক গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে।

মাহফুজাক শনিবাৰে ৰাতিপুৱা ৰাজধানীত গ্ৰেপ্তাৰ কৰাৰ কথা ঢাকাৰ আৰক্ষী বিষয়া ওমৰ ফাৰুকে এক সংবাদ প্ৰতিষ্ঠানক জানিবলৈ দিয়ে।

আনহাতে, মাহফুজাৰ অধিবক্তা লিয়াকৎ হুছেইনে জানিবলৈ দিয়া মতে সিদিনাই বিয়লি মহানগৰ মেট্ৰ’পলিটান আদালতে এক শুনানিত তেওঁৰ জামিন আবেদন অগ্ৰাহ্য কৰিছে। ‘’ তেওঁক আদালতত হাজিৰ কৰাৰ পাছত আমি তেওঁৰ জামিন বিচাৰিছিলো। কিন্তু আমাৰ আবেদন অগ্ৰাহ্য কৰা হয়,’’-তেওঁ জানিবলৈ দিয়ে।

মানহানিৰ অভিযোগৰ ক্ষেত্ৰত কঠোৰ আইন ব্যৱহাৰ কৰা বুলি বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে সোঁপন্থী গোটসমূহে অভিযোগ তুলিছে।

কঠোৰ ইন্টাৰনেট আইনৰ অধীনত বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অনলাইনত হাছিনাৰ বিষয়ে অপবাদসূচক মন্তব্য কৰাৰ বাবে কমেও ২০০ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি এগৰাকী চাইবাৰ অপৰাধ বিচাৰকে জানিব দিয়ে।

বিগত বছৰৰ আগষ্ট মাহত এটা টেলিভিশ্যন সাক্ষাৎকাৰত ‘’মিছা’’ আৰু ’’প্ৰৰোচনামূলক’’ বক্তৱ্য ৰখাৰ অভিযোগত পুৰস্কাৰ প্ৰাপ্ত ফটোগ্ৰাফাৰ শ্বাহিদুল আলমক গ্ৰেপ্তাৰ কৰাৰ এমাহ পাছতে গ্ৰেপ্তাৰ কৰা হৈছে মাহফুজা আখতাৰক।

Recent News

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd