• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰত্যাহ্বানমূলক হ’ব বাংলাদেশৰ সাধাৰণ নিৰ্বাচন; বাধা দিব পাৰে দেশী-বিদেশী শক্তিয়ে – মহম্মদ ইউনুছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2025 3:36 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী (মুখ্য উপদেষ্টা) মহম্মদ ইউনুছে চলিত বৰ্ষৰ শেষৰ ফালে নতুবা ২০২৬ চনৰ আৰম্ভণিতে অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনত দেশী-বিদেশী প্ৰভাৱশালী শক্তিয়ে বাধাৰ সৃষ্টি কৰিব পাৰে বুলি গভীৰ আশংকা ব্যক্ত কৰিছে। তেওঁ আশংকা কৰিছে যে অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল আৱামী লীগক প্ৰতিদ্বন্দ্বিতা কৰাত বাধা দিয়াৰ বাবে নিৰ্বাচন বিফল কৰিবলৈ এই শক্তিসমূহে চেষ্টা চলাব পাৰে।

অস্থায়ী চৰকাৰে নিৰ্বাচনৰ প্ৰস্তুতি চলাই থকাৰ মাজতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত ইউনুছৰ প্ৰেছ সচিব ছফিকুল আলমে তেওঁৰ উদ্ধৃতি দি কয় যে, “দেশৰ ভিতৰৰ পৰা আৰু বাহিৰৰ পৰাও বহু শক্তিয়ে নিৰ্বাচন বিফল কৰাৰ চেষ্টা কৰিব। ক্ষুদ্ৰ শক্তি নহয়, বহু প্ৰভাৱশালী শক্তিয়ে ইয়াক বিফল কৰাৰ চেষ্টা কৰিব। হঠাতে আক্ৰমণো হ’ব পাৰে।”

Apply Now

মুখ্য উপদেষ্টা ইউনুছে এক বৈঠকত মন্তব্য কৰে যে নিৰ্বাচন প্ৰত্যাহ্বানমূলক হ’ব, কাৰণ “দেশৰ ভিতৰ আৰু বাহিৰৰ পৰা পৰিকল্পিতভাৱে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলোৱা হ’ব।”

ইউনুছে বিশেষভাৱে আশংকা ব্যক্ত কৰে যে কৃত্ৰিম বুদ্ধিমত্তা (AI)-ৰ দ্বাৰা প্ৰস্তুত কৰা ভুৱা ফটো আৰু ভিডিঅ’সমূহ অনলাইন আৰু সামাজিক মাধ্যমত প্ৰচাৰিত হ’ব। এনে বিষয়বস্তুৰ প্ৰচাৰ ৰোধ কাৰিবৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।

ইউনুছে দৃঢ়তাৰে কয়, “আমি সেইবোৰ (বাধা) অতিক্ৰম কৰিব লাগিব।” ইউনুছে সম্ভাব্য নিৰ্বাচন সম্পৰ্কীয় মন্তব্য কৰা দিনটোতে অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বিদেশী সংবাদ সংস্থা আৰু ব্ৰিটেইনৰ দ্য ইণ্ডিপেণ্ডেণ্ট কাকতত এক সাক্ষাৎকাৰ দিয়ে। যোৱা বছৰৰ ৫ আগষ্টৰ পিছত হাছিনাই মূলসুঁতিৰ সংবাদ মাধ্যমত এইটোৱেই প্ৰথম সাক্ষাৎকাৰ।

বিদেশত আত্মগোপন কৰি থকা হাছিনাই তেওঁৰ সাক্ষাৎকাৰত দৃঢ়তাৰে কয় যে তেওঁ দেশত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। তেওঁ ইণ্ডিপেণ্ডেণ্ট কাকতক দিয়া সাক্ষাৎকাৰত কয় যে পৰৱৰ্তী চৰকাৰৰ নিৰ্বাচনী বৈধতা থাকিব লাগিব।

নিৰ্বাচন আয়োগে আৱামী লীগৰ পঞ্জীয়ন বাতিল কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা অযোগ্য ঘোষণা কৰা সন্দৰ্ভত হাছিনাই কয় যে দলৰ লাখ লাখ সমৰ্থকে নিৰ্বাচন বৰ্জন কৰিব। এনে পৰিস্থিতিত বাংলা দেশৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি শংকাত ভুগিছে ইউনুছ প্ৰশাসন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd