• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বংগবন্ধুৰ এজন হত্যাকাৰী আব্দুল মাজেদক ফাঁচী; উৎসৱমুখৰ বাংলাদেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2020 10:01 am
bangabandhus-killer-abdul-majed-020420-01

আব্দুল মাজেদ। ফটো: ডেইলী ষ্টাৰৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ আৰু এগৰাকী হত্যাকাৰী আব্দুল মাজেদক ফাঁচী দিয়া হৈছে। শনিবাৰে নিশা ১২ বাজি ১ মিনিটত ঢাকা কেন্দ্ৰীয় কাৰাগাৰত মাজেদৰ ফাঁচীৰ নিৰ্দেশ কাৰ্যকৰী কৰা হয়।

বংগবন্ধুৰ হত্যাকাণ্ডৰ সৈতে জড়িত ১২জনক মৃত্যুদণ্ড বিহা হৈছিল আৰু ইয়াৰ ভিতৰত এতিয়ালৈ ৬জনৰ নিৰ্দেশ কাৰ্যকৰী কৰা হ’ল।

Apply Now

দেশখনত বংগবন্ধু মুজিবুৰ ৰহমানৰ জন্ম শতবৰ্ষ পালন কৰাৰ সময়তে এনেদৰে তেওঁৰ এগৰাকী হত্যাকাৰীক ফাঁচী দিয়া হ’ল। ইয়াৰ পাছতে বাংলাদেশত এক উৎসৱমুখৰ পৰিৱেশ দেখা যায়।

হত্যাকাৰী মাজেদৰ ফাঁচীৰ বাবে শনিবাৰে পুৱাৰে পৰা বাংলাদেশৰ ৰাজধানী ঢাকা চহৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছিল।

ঢাকা কেন্দ্ৰীয় কাৰাগাৰৰ চৌপাশে নিশ্ছিদ্ৰ সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হয়। ইয়াৰ পূৰ্বে শুকুৰবাৰে আব্দুল মাজেদৰ সৈতে নিয়ম অনুযায়ী পত্নীসহ পৰিয়ালৰ সদস্যসকলে সাক্ষাৎ কৰিছিল।

উল্লেখ্য যে ১৯৭৫চনৰ ১৫ আগষ্টত বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানক পৰিয়ালসহ হত্যা কৰা হৈছিল।

বাংলাদেসত জিয়াউৰ ৰহমানৰ শাসনকালত বংগবন্ধুৰ হত্যাকাৰীসকলৰ বিচাৰ প্ৰক্ৰিয়া বন্ধ কৰি তেওঁলোকক চৰকাৰী উচ্চ পদত নিয়োগ কৰা হৈছিল। শনিবাৰে ফাঁচী কাৰ্যকৰী হোৱা হত্যাকাৰী আব্দুল মাজেদো পুৰস্কৃত হৈছিল।

১৯৯৬চনত আৱামী লীগ ক্ষমতালৈ অহাৰ পাছত উক্ত হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। ইয়াৰ পাছতে সেনাবাহিনীৰ উচ্চ পদত কাৰ্যনিৰ্বাহ কৰা আব্দুল মাজেদে আত্মগোপন কৰিছিল।

যোৱা মঙলবাৰে ঢাকাত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল আব্দুল মাজেদ।

বংগবন্ধুৰ হত্যাকাণ্ডত মুঠ ১২ জনৰ বিৰুদ্ধে  দেশখনৰ সৰ্বোচ্চ আদালতে মৃত্যুদণ্ডৰ ৰায় দিছিল।

বিগত ২০১০ চনৰ ২৭ জানুৱাৰিত ইয়াৰে পাঁচজনৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হয়। আনহাতে, পাঁচজন হত্যাকাৰী এতিয়াও পলাতক হৈ আছে। তদুপৰি, ২০০২চনত আন এজন অভিযুক্ত হত্যাকাৰীৰ পলাতক অৱস্থাতে জিম্বাবুৱেত মৃত্যু হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd