• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাঙালীৰ মৃত্যু নমাইছে নাগৰিকত্ব বিধেয়কে, বিৰুদ্ধে বাংলাদেশৰ হিন্দু মহাজোঁট

বিধেয়ক বন্ধ কৰিবলৈ ভাৰত চৰকাৰক আহ্বান বাংলাদেশৰ জাতীয় হিন্দু মহাজোঁটৰ প্ৰধান নেতা গোবিন্দ প্ৰামাণিকৰ

চাইদ বছিৰ by চাইদ বছিৰ
October 30, 2019 8:35 pm
Bangladesh Hindu leader opposes CAB, NRC

বাংলাদেশৰ জাতীয় হিন্দু মহাজোঁট নেতা গোবিন্দ প্ৰামাণিক। ছবি সৌজন্য- ইউটিউব।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ চুবুৰীয়া দেশৰ ধৰ্মীয় সংখ্যালঘুৰ ভাৰতীয়কৰণৰ চৰ্ত শিথিল কৰিব খোজা নাগৰিকত্ব বিধেয়ক বাংলাদেশৰ হিন্দুৰ বাবে মৃত্যুদূত হৈ নামিছে।

নৰ্থইষ্ট নাওত এই বিপদ সদৰী কৰি বাংলাদেশৰ জাতীয় হিন্দু মহাজোঁটৰ প্ৰধান নেতা গোবিন্দ প্ৰামাণিকে বিধেয়কখন বন্ধ কৰিবলৈ ভাৰত চৰকাৰক আহ্বান জনাইছে।

Apply Now

“দিল্লীয়ে কিবা এটা কৰে আৰু আমি তাৰ প্ৰতিফল ভুগিব লগা হয়। এই কথা হ’ব নোৱাৰে,” হিন্দু মহাজোঁটৰ সাধাৰণ সম্পাদক প্ৰামাণিকে কয়।

“বাংলাদেশত শেহতীয়াকৈ তিনিজন হিন্দু পুৰুষ হত্যাৰ বলি হৈছে। এগৰাকী হিন্দু মহিলা ধৰ্ষিতা হৈছে।’’

শাসক বিজেপিয়ে অসমৰ এন আৰ চি বহিৰ্ভূত হিন্দুক বিধেয়কখনে “বিদেশী” হোৱাৰ পৰা বচাব বোলাৰ বিপৰীত মত পোষণ কৰিছে বাংলাদেশী হিন্দু নেতাজনে।

হিন্দু বাঙালীসকলৰ বাবে এই পৰিকল্পনাই বিষয়টো অধিক জটিল কৰি তুলিব, আৰু ইতিমধ্যে তুলিছেই, বাংলাদেশী হিন্দু সংগঠনটোৰ নেতাজনৰ মত।

“ই (বিধেয়কে) বাংলাদেশ আৰু উত্তৰ-পূব ভাৰতত আমাক কেৱল টাৰ্গেট কৰি তুলিছে। আমাৰ মানুহখিনিক ডবাখেলৰ গুটিৰূপে ব্যৱহাৰ কৰা হৈছে আৰু এইটো বন্ধ হ’ব লাগে,” প্ৰামাণিকে কয়।

প্ৰামাণিক পেছাত অধিবক্তা আৰু তেওঁ বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ সুৰক্ষাৰ বাবে আইনী যুঁজ চলাই আহিছে।

কেৱল বিধেয়কেই নহয়, হিন্দু নেতাজনে অসমৰ এন আৰ চি প্ৰক্ৰিয়াটোও বন্ধ কৰাৰ বাবে ভাৰত চৰকাৰক আহ্বান জনাইছে।

“এন আৰ চিয়ে মূলতঃ আমাৰ মানুহৰ বিৰুদ্ধে অধিক কাম কৰিছে। ১০ লাখতকৈ অধিক বাঙালী হিন্দু অসমৰ এন আৰ চিৰ পৰা বাদ পৰিছে,” তেওঁ কয়।

প্ৰামাণিকে কয়, পশ্চিম বংগ আৰু আন ভাৰতীয় ৰাজ্যলৈয়ো এন আৰ চি সম্প্ৰসাৰণৰ বাবে দিল্লীয়ে কৰা পৰিকল্পনাই বাঙালী হিন্দুৰ গুৰুতৰ ক্ষতি কৰিব।

বিশ্ব হিন্দু পৰিষদৰ অধীন মহাজোঁটৰ নেতাজনে পূৰ্বেও নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰিছিল।

বিধেয়কক লৈ বাংলাদেশী হিন্দু নেতাজনে কৰা মন্তব্যই অসমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

অসমৰ বিজেপি নেতা ৰঞ্জিত দাসে প্ৰামাণিকৰ বিধেয়কখন সম্পৰ্কে “কোনো ধাৰণাই নাই” বুলি মন্তব্য কৰিছিল।

বিপৰীতে, হিন্দু বাংলাদেশীৰ আগমনে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ জনগাঁথনি সলাই পেলাব বুলি প্ৰামাণিকে কৰা মন্তব্যই অসমৰ বিধেয়কবিৰোধী দল-সংগঠনৰ আশংকাৰ প্ৰতিফলন কৰিছিল।

ভাৰতৰ যোৱা সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বিধেয়খন লোকসভাত গৃহীত হৈছিল যদিও ৰাজ্যসভাত উত্থাপন কৰা নাছিল।

বিজেপি নেতৃত্বই শেহতীয়াকৈ কৈ আহিছে যে উত্তৰ-পূৰ্বাঞ্চলৰ আশংকা দূৰ কৰি সংশোধিত ৰূপত বিধেয়কখন পুনৰ সদনত উত্থাপন কৰা হ’ব।

চাইদ বছিৰ

চাইদ বছিৰ

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd