• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সশস্ত্ৰ বাহিনী দিৱসত চহিদক শ্ৰদ্ধাজ্ঞাপন বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনা আৰু ৰাষ্ট্ৰপতি আব্দুল হামিদৰ

NE NOW NEWS এন ই নাও নিউজ
ঢাকা , November 23, 2019 8:14 am

1 min read

Sheikh-Hasina-1

শ্বেইখ হাছিনা, উৎস-ইণ্টাৰনেট

806
VIEWS
Share on FacebookShare on Twitter

সশস্ত্ৰ বাহিনী দিবস উপলক্ষে বৃহস্পতিবাৰে বীৰ চহিদৰ স্মৃতিত শ্ৰদ্ধা জ্ঞাপন কৰে বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনা আৰু ৰাষ্ট্ৰপতি মহম্মদ আব্দুল হামিদে।

বৃহস্পতিবাৰে ৰাতিপুৱাই ‘সশস্ত্ৰ বাহিনী দিবস-২০০৯’ উপলক্ষে ঢাকাৰ সেনা নিবাসত উপস্থিত হয় শ্বেইখ হাছিনা।

সেনা নিবাসত উপস্থিত হৈ হাছিনাই সেনা স্মাৰকত পুষ্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধা জনায়।

প্ৰধান মন্ত্ৰীয়ে বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত আত্মবলিদান দিয়া জোৱান সকলৰ বাবে কিছুসময় মৌনতাও অৱলম্বন কৰে।

ঢকাৰ সেনা নিবাসত উপস্থিত হোৱাৰ লগে লগে নৌ, বিমান আৰু স্থল সেনা প্ৰধানে প্ৰধান মন্ত্ৰীক অভ্যৰ্থনা জনায়।

প্ৰধান মন্ত্ৰীৰ পাছতে চহিদ স্মাৰকত পুষ্পাঞ্জলি অৰ্পন কৰে বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ আব্দুল হামিদে।

বৃহস্পতিবাৰে দেশত সশস্ত্ৰ বাহিনী দিৱস পালন কৰাৰ পাছতে শুকুৰবাৰে ভাৰতৰ কলকাতাত গুলপীয়া টেষ্ট খেল শুভাৰম্ভণিৰ বাবে উপস্থিত হয় শ্বেইখ হাছিনাই।

শ্বেইখ হাছিনাই শুকুৰবাৰে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত অনুষ্ঠিত হোৱা দিবা-নৈশ গুলপীয়া টেষ্ট মেচ ইডেন গাৰ্ডেনত বেল বজাই উদ্বোধন কৰে।

Recent News

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd