• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লকডাউনৰ প্ৰতিবাদত উত্তাল বাংলাদেশ, আৰক্ষীৰ গুলিচালনাত ১জন লোকৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2021 4:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰৰ পৰা বাংলাদেশত দেশজুৰি লকডাউন ঘোষণা কৰা হৈছে।

এই লৈ দেশখন উত্তাল হৈ পৰিছে।

Apply Now

দেশখনৰ গ্ৰাম্যাঞ্চলত লকডাউন আৰু আৰক্ষী বলবৎ কৰাৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ সংঘটিত হৈছে।

প্ৰতিবাদকাৰীসকলে এখন আৰক্ষী থানাও আক্ৰমণ কৰে।

আৰক্ষীয়ে গুলিচালনা কৰে আৰু গুলিচালনাত তিনিজন লোক আঘাতপ্ৰাপ্ত হয়।

আৰক্ষী আৰু চিকিৎসকসকলে এই কথা প্ৰকাশ কৰিছে।

শেহতীয়াকৈ খবৰ আহিছে যে আঘাতপ্ৰাপ্ত লোককেইজনৰ এজনৰ মৃত্যু হৈছে।

ঘটনাটো সংঘটিত হয় সোমবাৰে বিয়লি বেলাত।

আৰক্ষীয়ে প্ৰকাশ কৰামতে, ফৰিদপুৰ জিলাৰ চালথা নামৰ চহৰখনত এটা উৰাবাতৰি উলায় যে এখন বজাৰত এজন লোক কৰ্তব্যৰত আৰক্ষীৰ লাঠিচালনাত আঘাতপ্ৰাপ্ত হৈছে।

তাৰপাছতে হাজাৰ হাজাৰ গাওঁবাসীয়ে ক্ষোভত ফাটি পৰে আৰু ৰাস্তাত প্ৰতিবাদ সাব্যষ্ট কৰে।

প্ৰতিবাদীকাৰীসকলৰ কিছুসংখ্যকে এটা আৰক্ষী থানালৈ ইটাৰ টুকুৰা দলিয়ায় আৰু চহৰখনৰ চৰকাৰী কাৰ্যালয়সমূহত আক্ৰমণ কৰে।

আৰক্ষীয়ে কয় যে তদুপৰি দুখনকৈ বিভাগীয় চৰকাৰী গাড়ী আৰু এজন চৰকাৰী বিষয়াৰ ঘৰো তেওঁলোকৰ আক্ৰমণৰ লক্ষ্য কৰি লয়।

আৰক্ষীয়ে কয় যে আৰক্ষী থানাত আক্ৰমণ সংঘটিত হোৱাৰ পাছতে আৰক্ষীয়ে নিজৰ নিৰাপত্তাৰ বাবে গুলিচালনা কৰে।

গুলিচালনাত হতাহত হোৱা লোকসকলৰ তালিকা আৰক্ষীয়ে ৰাজহুৱা কৰা নাই যদিও স্থানীয় চিকিৎসা মহাবিদ্যালয়ৰ এজন চিকিৎসকে কোৱামতে, ৩জন লোক গুৰুত্তৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

ইয়াৰে এজনৰ ইতিমধ্যে মৃত্যু হৈছে।

দুজন আৰক্ষী বিষয়াই কোৱামতে, আক্ৰমণৰ স’তে ইছলামিক সংগঠন হেফাজত-ই-ইছলামো জড়িত আছে।

অৱশ্যে সংগঠনটোৱে এইপৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

উল্লেখযোগ্য যে দেশখনৰ কৰোণাভাইৰাচ কেচসমূহে অভিলেখ স্পৰ্শ কৰাৰ বাবে সোমবাৰৰ পৰা দেশজুৰি লকডাউন বলবৎ কৰা হৈছিল।

লকডাউনৰ বিৰুদ্ধে ৰাজধানী ঢাকাতো ব্যৱসায়ীসকলে প্ৰতিবাদ সাব্যষ্ট কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd