DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰততকৈ আগত বাংলাদেশ: ঢাকাত কোভিড বুষ্টাৰ ডজ প্ৰদানৰ পৰীক্ষামূলক আৰম্ভনি

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 19, 2021 8:51 pm
221
VIEWS
Share on FacebookShare on Twitter

কোভিডৰ দক্ষিণ আফ্ৰিকাৰ প্ৰজাতি অমিক্ৰনে বিশ্বৰ ৯৭ খন দেশত ত্ৰাসৰ সৃষ্টি কৰিছে।

ইয়াৰ পৰা মুক্ত হ’ব পৰা নাই ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশো।

বাংলাদেশত ২০২০ চনত কোভিডে মহা সংহাৰৰ সৃষ্টি কৰিছিল। ফলত এবাৰ এবাৰকৈ দুবাৰৰ বাবে দেশ খনত লকডাউন ঘোষণা কৰিবলগীয়া হৈছিল।

অমিক্ৰনৰ সংহাৰৰ পূৰ্বেই সেয়ে বাংলাদেশৰ চৰকাৰে দেশ খনৰ নাগৰিকসকলক অধিক সুৰক্ষিত কৰাৰ লক্ষ্যৰে কোভিডৰ বুষ্টাৰ ডজ প্ৰদানৰ কথা চিন্তা কৰিছে।

সেইমৰ্মে আজি ঢাকাৰ মহাখালিস্থিত কলেজ অব ফিজিচিয়ান এণ্ড চাৰ্জনত কোভিডৰ বুষ্টাৰ ডজ পৰীক্ষামূলক ভাবে প্ৰদান কৰা হয় ।

দেশ খনৰ এগৰাকী নাৰ্চ ৰুণু ভেৰ’নিকা কোষ্টাই আজি প্ৰথমে কোভিডৰ বুষ্টাৰ ডজ গ্ৰহণ কৰে।

ইয়াৰ পিছতে বাংলাদেশৰ স্বাস্থ্যমন্ত্ৰী জাহিদ মালেক আৰু বিদেশমন্ত্ৰী ডঃ এ কে আব্দুল মোমেনেও কোভিডৰ বুষ্টাৰ ডজ গ্ৰহণ কৰে।

কোভিডৰ বুষ্টাৰ ডজ গ্ৰহণ কৰি বাংলাদেশৰ স্বাস্থ্য মন্ত্ৰী মালেকে কয় যে দেশ খনত অচিৰেই কোভিডৰ বুষ্টাৰ ডজ প্ৰদানৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

উল্লেখ্য ভাৰতৰ দৰে দেশত এতিয়াও সকলো যোগ্য লোকে কোভিডৰ দুটা ভেকচিনেই সম্পূৰ্ণ ভাবে লাভ কৰা নাই।

অথচ বাংলাদেশে কোভিডৰ বুষ্টাৰ ডজৰ পৰীক্ষণ কৰিলে ।

ভাৰতৰ পৰাই বাংলাদেশে কোভিডৰ ৩০ নিযুত ভেকচিন ক্ৰয় কৰাৰ বাবে চুক্তি কৰিছিল।

দেশ খনে চীন আৰু ৰাছিয়াৰ সৈতেও একে চুক্তিয়েই সম্পাদন কৰিছে।

জানিব পৰা মতে বাংলাদেশে নিজৰ দেশতে ৰাছিয়াৰ কোভিড ভেকচিন প্ৰস্তুত কৰাৰ যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।

Recent News

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd