• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শাৰদীয় দুৰ্গা পূজাৰ বতৰত বাংলাদেশৰ পৰা আহিছে ৫০০ টনৰো অধিক ইলিছ মাছ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 7, 2019 3:15 pm

1 min read

Hilsa Fish

ইলিছ মাছ। উৎস-ইণ্টাৰনেট

10.3k
VIEWS
Share on FacebookShare on Twitter

ইলিছ মাছৰ বাবে বিখ্যাত বাংলাদেশ। ভাৰতে দীৰ্ঘসময়ৰ পৰা বাংলাদেশৰ পৰা ইলিছ মাছ আমদানি কৰি আহিছে।

শনিবাৰে ৰাতি ১০ বজাত যশোৰৰ বেনাপোল স্থলবন্দৰৰ পৰা ভাৰতলৈ ১০ ট্ৰাক ইলিছ মাছ বাংলাদেশৰ পৰা ৰপ্তানি কৰা হয়।

ইয়াকে ধৰি বিগত কেইদিনত তিনিটা পৰ্য্যায়ত প্ৰায় ১২৬ টন ইলিছ মাছ ভাৰতলৈ ৰপ্তানি কৰে বাংলাদেশে।

আনহাতে, ১০ অক্টোবৰৰ ভিতৰত আৰু ৩৭৪ টন ইলিছ মাছ ভাৰতে বাংলাদেশৰ পৰা আমদানি কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, শাৰদীয় দুৰ্গা পূজা উপলক্ষ্যে বাংলাদেশ চৰকাৰে পশ্চিম বংগলৈ প্ৰায় ৫০০ টন ইলিছ মাছ ৰপ্তানি কৰিব।

বাংলাদেশৰ বংগোপসাগৰৰ মোহনাত যথেষ্ট পৰিমাণত ইলিছ মাছ পোৱা যায় আৰু বাংলাদেশৰ ইলিছ মাছ ভাৰতৰ বিভিন্ন স্থানত বিশেষকৈ পশ্চিমবংগ আৰু অসমৰ বজাৰ সমূহত গ্ৰাহকক বিশেষভাৱে আকৰ্ষণ কৰি আহিছে।

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd