• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ মৰ্যাদা হানি : দেশদ্ৰোহৰ গোচৰৰ সন্মুখীন বাংলাদেশৰ হিন্দু মহিলা কৰ্মী

চৈয়দ বছিৰ by চৈয়দ বছিৰ
July 21, 2019 2:17 pm
Priya-Saha-1140x570

প্ৰিয়া সাহা। ফটো : ৰাইজিংবিডি ডটকমৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ‘মৰ্যাদা হানি’ৰ বাবে দেশদ্ৰোহৰ গোচৰৰ সন্মুখীন হ’ব লাগিব বাংলাদেশৰ হিন্দু মহিলা কৰ্মী প্ৰিয়া সাহা।

বাংলাদেশৰ পথ পৰিবহণ মন্ত্ৰী তথা শাসকীয় আৱামী লীগৰ সাধাৰণ সম্পাদক ওবাইদুল কোৱাদাৰে কয় যে প্ৰিয়া সাহাৰ বাংলাদেশত সংখ্যালঘুৰ নিৰ্যাতন সন্দৰ্ভত কৰা মন্তব্য ‘’সম্পূৰ্ণ অসত্য আৰু আক্ৰোশমূলক।‘’

Apply Now

‘’প্ৰিয়া সাহাৰ অভিযোগ আছিল সম্পূৰ্ণ অসত্য। কোনোৱে তেওঁৰ সৈতে একমত নহ’ব,’’-কোৱাদাৰে শনিবাৰে ঢাকাৰ আৱামী লীগৰ সভাপতিৰ ধনমন্দি ৰাজনৈতিক কাৰ্যালয়ত সাংবাদিকৰ আগত এইদৰে কয়।

‘’তেওঁৰ বিৰুদ্ধে এটা দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা হ’ব। প্ৰক্ৰিয়াটো চলি আছে,’’-তেওঁ কয়।

এগৰাকী বাংলাদেশৰ নাগৰিক প্ৰিয়া সাহাই যোৱা ১৬ জুলাইৰ পৰা ১৮ জুলাইলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহ বিভাগৰ ৱাশ্বিংটন ডি চিত অনুষ্ঠিত দ্বিতীয় মিনিষ্ট্ৰিয়েল টু এডভান্স ৰিলিজিয়াছ ফ্ৰীডমত অংশগ্ৰহণ কৰিছিল।

বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেনো বৈঠকত উপস্থিতি আছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প উপস্থিত থকা বৈঠকখনত দুগৰাকী ৰোহিংগ্যা শৰণাৰ্থী আৰু আন দুগৰাকী সংখ্যালঘু কৰ্মী উপস্থিত আছিল।

প্ৰায় ৪০ গৰাকী বৈদেশিক মন্ত্ৰীকে ধৰি ১০৬ খন দেশৰ প্ৰতিনিধিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহ বিভাগৰ সচিব মাইক পোম্পেৱে আমন্ত্ৰণ কৰা উক্ত বৈঠকত অংশ লৈছিল।

ইয়াৰ পাছতে ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ ক্লিপত দেখা গৈছিল যে বাংলাদেশ হিন্দু-বৌদ্ধ-খ্ৰীষ্টিয়ান ঐক্য পৰিষদৰ এগৰাকী সাংগঠনিক সম্পাদক প্ৰিয়াই বাংলাদেশত থকা ১.৮ কোটি সংখ্যালঘু লোকক উৎপীড়নৰ পৰা বচাবলৈ ট্ৰাম্পক আহ্বান জনাইছিল।

তেওঁ অভিযোগ কৰিছিল যে ৩.৭ কোটি হিন্দু, বৌদ্ধ আৰু খ্ৰীষ্টান লোক দেশখনৰ পৰা ৰাজনৈতিক সমৰ্থন লাভ কৰা মৌলবাদী মুছলমান গোটৰ হাতত উৎপীড়নৰ বলি হৈ অন্তৰ্ধান হৈছে।

সাহাই কৈছিল যে তেওঁৰ নিজৰ মাটিয়ে মুছলমান মৌলবাদীয়ে দখল কৰিছে।

শনিবাৰে পুৱাবেলা, বৈদেশিক মন্ত্ৰীয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত প্ৰিয়াৰ অভিযোগক ‘’চূড়ান্ত অসত্য’’ বুলি অভিহিত কৰাৰ লগতে প্ৰিয়াৰ ‘’সম্পূৰ্ণ অসত্য তথা মনেসজা কাহিনী’’ৰ আঁৰত এক অভিসন্ধি আছে বুলি উল্লেখ কৰি তেওঁলোকে বাংলাদেশক বদনাম কৰাৰ লক্ষ্য কৰা বুলি কয়।

কোৱা হৈছে যে বাংলাদেশ ধৰ্মীয় স্বাধীনতা তথা সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক নিদৰ্শন, য’ত সকলো ধৰ্মবিশ্বাসী লোকে সুদীৰ্ঘ দিন ধৰি শান্তিৰে বাস কৰি আহিছে।

কোৱাদাৰৰ পৰা গৃহ মন্ত্ৰী আছাদুজ্জামান তথা কনিষ্ঠ বৈদেশিক মন্ত্ৰী ছাহাৰিয়ৰ খানলৈকে সকলোৱে সাহাৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

প্ৰিয়াৰ সংগঠন বাংলাদেশ হিন্দু-বৌদ্ধ-খ্ৰীষ্টিয়ান ঐক্য পৰিষদে নিজকেই সাহাৰ মন্তব্যৰ পৰা আঁতৰত ৰাখিছে আৰু এক বিবৃতিত এয়া তেওঁৰ ‘’ব্যক্তিগত দৃষ্টিভংগী আৰু ইয়াৰ লগত সংগঠনৰ কোনো সম্পৰ্ক নাই’’ বুলি স্পষ্টি কৰি দিছে।

চৈয়দ বছিৰ

চৈয়দ বছিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd