• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ ভয়ত আত্মহত্যা কৰিলে ষ্টেট বেংকৰ মহিলা কৰ্মচাৰীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 11, 2021 9:13 am

1 min read

a girl
198
VIEWS
Share on FacebookShare on Twitter

দেশত এতিয়া ক’ৰ’ণাৰ আতংক লাহে লাহে কমি আহিছে।

১৬ জানুৱাৰীৰ পৰা দেশজুৰি ক’ৰ’ণাৰ টিকাকৰণো আৰম্ভ হ’ব।

কিন্তু ইমানৰ পিছতো বহু লোক মুক্ত হ’ব পৰা নাই ক’ৰ’ণাৰ আতংকৰ পৰা।

তাৰেই প্ৰমাণ পোৱা গ’ল তেলেংগানাত।

তেলেংগানাৰ কৰিমনগৰস্থিত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মহিলা কৰ্মচাৰী বানি।

বানি নামৰ মহিলা বেংক কৰ্মচাৰীগৰাকীৰ প্ৰকৃত ঘৰ হায়দৰাবাদত। যোৱা কিছুদিন ধৰি তেওঁ ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ আশংকাত ভুগি আছিল।

ক’ৰ’ণাত আক্ৰান্ত হ’লে তেওঁৰ কি হ’ব, কোনে চোৱা-চিতা কৰিব আদি কথাবোৰকলৈ তেওঁ বিগত কিছুদিন ধৰি উদ্বিগ্ন হৈ আছিল।

সেই উদ্বিগ্নতাৰ পৰিণতিতে অৱশেষত যুৱতীগৰাকীয়ে বাচি লয় আত্মহত্যাৰ পথ।

কৰিমনগৰৰ কাষতে এটা ভাড়া ঘৰত বাস কৰা বানি নামৰ যুৱতীগৰাকীৰ মৃতদেহ তেওঁৰ কোঠাৰ ভিতৰত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

আত্মহত্যাৰ টোকাত বানিয়ে এইবুলি লিখি থৈ গৈছে যে ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ ভয়ে তেওঁক খেদি ফুৰিছে। সেইবাবেই তেওঁ আত্মহত্যাৰ পথ বাচি লৈছে।

তেওঁৰ মৃত্যুৰ বাবে কোনো দায়ী নহয়।

উল্লেখ্য কিছুদিন পূৰ্বে বানিৰ হায়দৰাবাদত বাস কৰা পিতৃৰ ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল।

তেতিয়াৰে পৰাই যুৱতীগৰাকীৰ মনত ক’ৰ’ণাৰ প্ৰতি ভয় সোমাই গৈছিল।

Recent News

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd