DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এপ্ৰিলত ১৪ দিন বন্ধ থাকিব বেংক, তাৰিখকেইটা জানক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2020 12:18 am
Banks to remain closed for 14 days in April; check list of national, regional holidays

প্ৰতীকী ছবি।

45.7k
VIEWS
Share on FacebookShare on Twitter

বেংকসমূহ এপ্ৰিল মাহত ৰাষ্ট্ৰীয় বন্ধ, আঞ্চলিক বন্ধ আৰু সাপ্তাহিক ছুটীকে ধৰি ১৪ দিনৰ বাবে বন্ধ থাকিব।

লকডাউনৰ মাজতে এই বন্ধৰ বাবে আগতীয়াকৈ সাজু হোৱাতো গ্ৰাহকৰ বাবে প্ৰয়োজনীয় হ’ব।

বিপৰীতে কৰ’নাভাইৰাছ প্ৰতিহত কৰাৰ বাবে আহ্বান কৰা লকডাউনৰ মাজতো নিৰৱচ্ছিন্নভাৱে নিজৰ কৰ্তব্য সম্পাদন কৰি অহা বেংক কৰ্মচাৰীসকলে কিছু বিৰতি পাব।

ভাৰতৰ ৰিজাৰ্ভ বেংকৰ বন্ধ তালিকা মতে ভাৰতীয় বেংকসমূহ তলৰ তাৰিখকেইটাত বন্ধ থাকিব।

বন্ধৰ সময়ত এ টি এমসমূহতো নিয়মীয়া ধন যোগান বন্ধ থাকিব পাৰে সেয়ে আগতীয়াকৈ গ্ৰাহকসকলে কিছু ধন হাতত ৰাখিব পাৰে।

এপ্ৰিল ২০২০ৰ বন্ধৰ তালিকা:

১ এপ্ৰিল- বেংকৰ বাৰ্ষিক বন্ধ

২ এপ্ৰিল- ৰাম নৱমী

৬ এপ্ৰিল- মহাবীৰ জয়ন্তী

১০ এপ্ৰিল- গুড ফ্ৰাইডে

১১ এপ্ৰিল- দ্বিতীয় শনিবাৰ

১৩ এপ্ৰিল- ব’হাগ বিহু/চেইৰাওবা/বৈশাখী

১৪ এপ্ৰিল- আম্বেদকাৰ জয়ন্তী/বাঙালী নতুন বৰ্ষ/তামিল নতুন বৰ্ষ/ব’হাগ বিহু/বিচু

১৫ এপ্ৰিল- ব’হাগ বিহু/হিমাচল দিৱস

২০ এপ্ৰিল- গাৰিয়া পূজা

২৫ এপ্ৰিল-পৰশুৰাম জয়ন্তী

এই দহটা বন্ধৰ উপৰিও চাৰিটা দেওবাৰে বেংক কৰ্মচাৰীসকলৰ ছুটী থাকিব।

অৱশ্যে কিছুমান বন্ধ কিছুমান নিৰ্দিষ্ট ৰাজ্যৰ বাবেহে।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd