DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কৰ বাপ্তিচ গীৰ্জা ঘৰৰ অসম চৰকাৰৰ আৰোগ্য নিধিলৈ আৰ্থিক সাহায্য প্ৰদান

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
April 6, 2020 4:02 pm
f5883b52-bd47-4359-bd3b-6420e8dcc8cb

ফটো : নৰ্থ-ইষ্ট নাও

19.1k
VIEWS
Share on FacebookShare on Twitter

আজি যোৰহাট জিলাৰ টীয়ক নগৰৰ চেলেংহাট তিনিআলিস্থিত টীয়ক বাপ্তিচ গীৰ্জা ঘৰৰ ৰাইজৰ অনুদানেৰে গঠিত গীৰ্জাৰ পুঁজিৰ পৰা অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ৪০,০০০/-(চল্লিশ হাজাৰ) টকাৰ আৰ্থিক অনুদান আগবঢ়ায়।

বাপ্তিচ গীৰ্জা ঘৰৰ হৈ ব্ৰেজেল ভকলিন আৰু ৰাজীৱ হ’ৱে টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আকাশী দুৱৰাৰ হাতত আনুষ্ঠানিকভাৱে উক্ত ধনৰাশিৰ চেক অৰ্পণ কৰে।

টীয়ক বাপ্তিচ গীৰ্জা ঘৰৰ অন্তৰ্গত ৰাইজে অতি সোনকালে ক’ৰ’ণাৰ পৰা সমগ্ৰ দেশবাসীক ৰক্ষা কৰিবলৈ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছে

বিশ্বৰ সৰ্বত্তে ক’ৰ’না ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰাৰ সমান্তৰালভাৱে অসমতো এই পৰ্যন্ত ২৬ জন ব্যক্তিৰ দেহত COVID-19 ধৰা পৰিছে আৰু সমগ্ৰ অসমতে এতিয়া আতংকই বিৰাজ কৰিছে।

কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে দেশৰ নাগৰিক সকলক  এই দুৰ্যোগৰ সময়ত কিছু আৰ্থিক  সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। সেই আহ্বান মৰ্মে ইতিমধ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ অসমৰ বিভিন্ন প্ৰান্তৰ সদাশয় ব্যক্তি তথা অনুষ্ঠানে সাধ্য অনুসৰি আৰ্থিক অনুদান আগবঢ়াইছে।

Tags: COVID-19

Recent News

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd