• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰামায়ণ-মহাভাৰতৰ কাহিনী শুনিয়েই শৈশৱ পাৰ কৰিছিল বাৰাক অ’বামাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 17, 2020 12:06 pm

2 min read

ৰামায়ণ-মহাভাৰতৰ কাহিনী শুনিয়েই শৈশৱ পাৰ কৰিছিল বাৰাক অ’বামাই
256
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ মনত ভাৰতৰ বাবে আছে এক বিশেষ স্থান, কিয়নো তেওঁ শৈশৱত ইণ্ডোনেছিয়াত থাকোতে ঐতিহাসিক কাহিনী ৰামায়ণ আৰু মহাভাৰতৰ মহাকাব্য শুনিয়েই দিন কটাইছিল।

বাৰাক অ’বামাই তেওঁৰ কিতাপ ‘এ প্ৰমিছড লেণ্ড’ (A Promised Land)ত এই কথা প্ৰকাশ কৰিছে।

কিতাপখনত অ’বামাই লিখিছে, ‘হয়তো এইটো ইয়াৰ(ভাৰত) আছিল বিশাল আকাৰ, য’ত বিশ্বৰ জনসংখ্যাৰ ষষ্ঠ অংশ ইয়াতেই আছে। ২০০০ৰো অধিক বিভিন্ন জাতি-জনগোষ্ঠী আছে আৰু ৭০০ৰো অধিক ভাষা কোৱা হয়’।

অ’বামাই কয় যে ২০১০ চনত ৰাষ্ট্ৰপতি হিচাপে ভ্ৰমণৰ পূৰ্বে তেওঁ কেতিয়াও ভাৰত ভ্ৰমণ কৰা নাছিল, কিন্তু মোৰ কল্পনাত এই দেশখন সদায়ে এক বিশেষ স্থানত আছিল।

বাৰাক অ’বামাই তেওঁৰ কিতাপখনত যোগ দিছিল, ‘হয়তো এয়া হৈছিল, কাৰণ মই শৈশৱ কালটি ইণ্ডোনেছিয়াত ৰামায়ণ আৰু মহাভাৰতৰ হিন্দু কাহিনী শুনি বা পুৰণি ধৰ্মৰ প্ৰতি মোৰ আগ্ৰহবাদি বা কলেজৰ পাকিস্তানী আৰু ভাৰতীয় বন্ধুৰ এটা গোটৰ বাবে’।

প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে কলেজীয়া বন্ধুসকলে বলিউদৰ চিনেমাসমূহৰ প্ৰতিও আগ্ৰহ বৃদ্ধি কৰিছিল।

উল্লেখ্য যে ‘এ প্ৰমিছড লেণ্ড’ কিতাপখনত অ’বামাই ২০০৮ চনৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পৰা তেওঁৰ প্ৰথম কাৰ্যকালৰ অন্তলৈকে যাত্ৰাৰ বিষয়ে লিখিছিল।

কিতাপখনতে তেওঁ পাকিস্তানৰ এবটাবাদত আল-কায়েদাৰ প্ৰধান ওচামা বিন লাডেনৰ হত্যাৰ কথাও উল্লেখ কৰিছে।

‘এ প্ৰমিছড লেণ্ড’ কিতাপখনৰ দুটা অংশ আছে, যাৰ প্ৰথম অংশটো আজিৰ পৰা (১৭ নৱেম্বৰ) বিশ্বৰ কিতাপৰ দোকানত উপলব্ধ হ’ব।

Recent News

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

IMG_20210223_19101207

অসমবাসীৰ মূৰত ৪৪ হাজাৰ কোটি টকাৰ ধাৰৰ বোজা,অসম খনক ভিক্ষাৰী কৰিলে বিজেপিয়ে : লুৰীণজ্যোতিৰ বিস্ফোৰণ

Orunodoi-Scheme-2020

মৰিগাঁৱত বিজেপি চৰকাৰে ঘোষণা কৰা ‘স্বয়ম’ অৰুণোদয়’ আঁচনি ৰূপায়ণত কমিচনৰাজ, স্বজন প্ৰীতিৰ অভিযোগ

bhaba

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd