DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ ভিতৰত প্ৰথম জিলা ভিত্তিক খাদ্যমেলা অনুষ্ঠিত হ’ব বৰপেটাত; জিলা প্ৰশাসনৰ প্ৰস্তুতি তুংগত

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
June 12, 2019 5:26 pm
WhatsApp Image 2019-06-12 at 4.17.20 PM

খাদ্যমেলাক লৈ বৰপেটা জিলা প্ৰশাসনৰ সংবাদমেল

646
VIEWS
Share on FacebookShare on Twitter

সঠিক ভোজন, সুৰক্ষিত ভোজন আৰু পুষ্টিকৰ ভোজন সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে অহা ১৪ জুনত দেশৰ ভিতৰত জিলা ভিত্তিক প্ৰথম খাদ্যমেলা বৰপেটাত অনুষ্ঠিত হ’ব৷

আজি দিনৰ ১২  বজাত জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা জানিবলৈ দিয়ে বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই৷

ভাৰত চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া খাদ্য মেলাখনৰ বিভিন্ন প্ৰস্তুতি সন্দৰ্ভত অৱগত কৰাৰ লগতে জিলা পুথিভড়াল প্ৰেক্ষাগৃহত ১৪ জুনত হ’বলগীয়া খাদ্য মেলাখনত ৰাইজৰ উপস্থিতি আৰু সহযোগ কামনা কৰে উপায়ুক্ত গৰাকীয়ে৷

সংবাদ মেলত ‘চেন্টাৰ ফৰ চাচটেইনেবল ডেভলপমেন্ট গোলচ’ (center for sustainable development goals)ৰ বিষয়া জে চি ফুকন, ফুড এণ্ড নিউট্ৰিচন চিকিউৰিটিৰ সঞ্চালক ডা০ সুজিত ৰঞ্জনে অংশ গ্ৰহণ কৰি খাদ্যমেলাখনৰ প্ৰাসংগিকতাৰ ওপৰত বক্তব্য আগবঢ়ায়৷

সংবাদ মেলখনত জিলা উন্নয়ন আয়ুক্ত বাবুল চহৰীয়া, অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা উপস্থিত থাকে৷

উল্লেখযোগ্য যে, খাদ্যমেলাৰ লগত সংগতি ৰাখি যোগ, বাটৰ নাট, চাইকেল ৰেলী, মুকলি সভাৰ লগতে বিভিন্ন সংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷

Recent News

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd