• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

শ্ৰীলঙ্কাৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, টেষ্টত নতুন অধিনায়ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 19, 2022 6:06 pm
India squad against Sri Lanka
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আজি শ্ৰীলংকাৰ বিৰুদ্ধে আগন্তুক ঘৰুৱা টি-২০ আৰু টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰে।

ভাৰতীয় টেষ্ট দলৰ অধিনায়ক পদৰ পৰা বিৰাট কোহলীয়ে পদত্যাগ কৰাৰ পিছতে অধিনায়ক হিচাপে কাক নিযুক্তি দিব সেই সম্পৰ্কে চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই ৰোহিত শৰ্মাক নতুন টেষ্ট অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়।

Apply Now

আনহাতে পেচাৰ যশপ্ৰীত বুমৰাহক টেষ্ট আৰু টি-২০ দুয়োটা শৃংখলাৰ বাবে সহ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

ভাৰতে ২৪ ফেব্ৰুৱাৰীৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখন টি-২০ মেচত ভাগ ল’ব। লক্ষ্ণৌত ২৪ ফেব্ৰুৱাৰীত প্ৰথমখন টি-২০ ৰ পিছত দ্বিতীয় আৰু তৃতীয় মেচ ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত ধৰ্মশালাত অনুষ্ঠিত হ’ব।

ইয়াৰ পিছতে ৪ মাৰ্চৰ পৰা মোহালিত প্ৰথম টেষ্ট আৰু ১২ মাৰ্চৰ পৰা বাংগালুৰুত দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ’ব।

শেহতীয়াকৈ ফৰ্মৰ সৈতে যুঁজি থকা দুই অভিজ্ঞ বেটাৰ চেতেশ্বৰ পূজাৰা আৰু আজিংক্য ৰাহানেৰ লগতে অভিজ্ঞ পেচাৰ ইশান্ত শৰ্মা আৰু উইকেট ৰক্ষক ঋদ্ধিমান সাহাক টেষ্ট দলৰ পৰা বাদ দিয়া হৈছে। চাৰিওজন খেলুৱৈকে চলিত ৰঞ্জী ট্ৰফী ছিজনত অংশ ল’বলৈ বিচিচিআইয়ে পৰামৰ্শ দিয়ে।

ইফালে, আঘাতৰ বাবে ডিচেম্বৰত নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় খন টেষ্ট, দক্ষিণ আফ্ৰিকা ভ্ৰমণ আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ পৰা দলৰ পৰা বাহিৰত থকা ৰবীন্দ্ৰ জাদেজা শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলাৰ বাবে দললৈ উভতি আহিছে।

আনহাতে আঘাতপ্ৰাপ্ত তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনক টেষ্ট দলত স্থান দিয়া হৈছে যদিও তেওঁ ফিটনেছ টেষ্টত ভাগ ল’ব লাগিব। বৰ্তমান অশ্বিন বাংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত ফিটনেছৰ উত্তৰণৰ বাবে অনুশীলন চলাই আছে।

ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আৰু উইকেটকিপাৰ বেটাৰ ঋষভ পন্তক চিকিৎসকৰ পৰামৰ্শ অনুসৰি শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা বিশ্ৰাম দিয়া হৈছে।

আনহাতে শ্ৰীলংকাৰ বিৰুদ্ধে দুয়োটা ফৰ্মেটৰ পৰা শাৰ্দুল ঠাকুৰক বিশ্ৰাম দিয়া হৈছে।

এই তিনিজন খেলুৱৈৰ বাদে বৰ্তমান ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত শৃংখলাত ভাগ লোৱা ভাৰতীয় টি-২০ দলটোৱেই অপৰিৱৰ্তিত আছে।

কেৱল সঞ্জু চেমছনক পন্তৰ স্থানত দললৈ আমন্ত্ৰণ জনোৱা হৈছে আৰু আঘাতৰ পৰা মুক্ত হৈ অহা জাদেজাক দলত অন্তৰ্ভুক্ত কৰা হৈছে।

টেষ্ট দল: ৰোহিত শৰ্মা (অধিনায়ক), মায়াংক আগৰৱাল, প্ৰিয়াংক পাঞ্চাল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, হনুমা বিহাৰী, শুভমন গিল, ঋষভ পন্ত, কে এছ ভৰত, অশ্বিন, জাদেজা, জয়ন্ত যাদৱ, কুলদীপ যাদৱ, বুমৰাহ, মহম্মদ ছামী, মহম্মদ চিৰাজ, উমেশ যাদৱ, সৌৰভ কুমাৰ।

টি-২০ দলঃ ৰোহিত শৰ্মা (অধিনায়ক), ৰুতুৰাজ গায়কোৱাড, ঈশান কিষণ, সূৰ্যকুমাৰ যাদৱ, শ্ৰেয়স আয়াৰ, ভেঙ্কটেশ আয়াৰ, দীপক হুডা, বুমৰাহ, ভুৱনেশ্বৰ কুমাৰ, দীপক চাহাৰ, হৰ্ষল পেটেল, মহম্মদ চিৰাজ, সঞ্জু চেমছন, ৰবীন্দ্ৰ জাদেজা, চাহাল, ৰবি বিষ্ণৈ, কুলদীপ যাদৱ, আভেশ খান।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

July 19, 2026 7:43 am
ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

July 19, 2026 7:43 am
ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd