DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

U-19 World Cup: যুৱ চেম্পিয়ন দললৈ বোৰ্ডৰ আৰ্থিক পুৰস্কাৰ ঘোষণা; প্ৰতিজন ক্ৰিকেটাৰে পাব ৪০লাখকৈ টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2022 12:02 pm
India win U-19
184
VIEWS
Share on FacebookShare on Twitter

ইংলেণ্ডক পৰাজিত কৰি অনুৰ্দ্ধ-১৯ বিশ্বকাপ ক্ৰিকেটৰ চেম্পিয়ন হোৱা যশ ধূলৰ নেতৃত্বৰ যুৱ ভাৰতীয় দলৰ ক্ৰিকেটাৰসকললৈ আৰ্থিক পুৰস্কাৰৰ কথা ঘোষণা কৰিছে ভাৰতীয় ক্ৰিকেট বোৰ্ডে।

শনিবাৰে ফাইনেলত ইংলেণ্ডক ৪উইকেটত পৰাজিত কৰি পঞ্চমবাৰৰ বাবে ভাৰতৰ বাবে বিশ্ব চেম্পিয়নৰ খিতাপ জয়ৰ ইতিহাস গঢ়ে ভাৰতীয় যুৱ দলটোৱে।

এই বিজয়ৰ পাছতে গোটেই দলটোলৈ আৰ্থিক পুৰস্কাৰৰ কথা ঘোষণা কৰিছে ভাৰতীয় ক্ৰিকেট বোৰ্ডে। বিচিচিআইয়ে জনাইছে যে দলৰ প্ৰতিজন ক্ৰিকেটাৰকে ৪০লাখ টকাকৈ আৰ্থিক পুৰস্কাৰ দিয়া হ’ব। বাকী ছাপোৰ্ট স্টাফলৈ আগবঢ়োৱা হ’ব ২৫লাখকৈ টকা।

IMAGE_1644119576

কেৰিবিয়ান দ্বীপপুঞ্জত ভাৰতৰ বিজয়ধ্বজা উৰুওৱাৰ পাছতে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে টুইট কৰি অনুৰ্দ্ধ-১৯ৰ ভাৰতীয় দলটোক অভিনন্দন জনায়।

গাংগুলীয়ে ‘এক অসাধাৰণ প্ৰদৰ্শনেৰে বিশ্বকাপ জয় কৰাৰ বাবে’ অনুৰ্দ্ধ-১৯ৰ ভাৰতীয় দলটোৰ প্ৰতিগৰাকী ক্ৰিকেটাৰ আৰু ছাপোৰ্ট স্টাফ তথা নিৰ্বাচনকসকলক অভিনন্দন জনায়।

Congratulations to the under 19 team and the support staff and the selectors for winning the world cup in such a magnificent way ..The cash prize announced by us of 40 lakhs is a small token of appreciation but their efforts are beyond value .. magnificent stuff..@bcci

— Sourav Ganguly (@SGanguly99) February 5, 2022

ক্ৰিকেটাৰসকলক ৪০লাখ টকাৰ আৰ্থিক পুৰস্কাৰ ঘোষণা কৰি গাংগুলীয়ে লগতে কয় যে তেওঁলোকৰ সাফল্যক কোনো মূল্যৰে জুখিব নোৱাৰি।

বিচিচিআইৰ সচিব জয় শ্বাহেও টুইট কৰি অনুৰ্দ্ধ-১৯ৰ ভাৰতীয় দলটোক বিশ্বকাপ জয়ৰ বাবে অভিনন্দন জনায়।

Recent News

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd