• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, কেইবাজনো তাৰকাক বিশ্ৰাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2021 2:59 pm
Indian squad for New-Zeland test series
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৫ নৱেম্বৰ পৰা আৰম্ভ হ’বলগীয়া নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ বাবে আজি ভাৰতীয় দল ঘোষণা কৰা হৈছে। শৃংখলাটোৰ বাবে ঘোষিত ভাৰতীয় দলটোত নাথাকিব কেইবাজনো ছিনিয়ৰ ক্ৰিকেটাৰ।

নিয়মীয়া অধিনায়ক বিৰাট কোহলীৰ লগতে ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহ, ঋষভ পন্ত, মহম্মদ ছামী আৰু শাৰ্দুল ঠাকুৰক দুখন টেষ্টৰ শৃংখলাটোত বিশ্ৰাম দিয়া হৈছে।

অৱশ্যে বিৰাট কোহলীয়ে প্ৰথম টেষ্টৰ পিছত দ্বিতীয় টেষ্টৰ বাবে ভাৰতীয় দলত যোগদান কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে।

বিৰাট কোহলীৰ অনুপস্থিতিত সহ-অধিনায়ক আজিংক্য ৰাহানেই ২৫ ৰ পৰা ২৯ নৱেম্বৰলৈ কানপুৰৰ গ্ৰীণ পাৰ্কত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টেষ্টত ভাৰতীয় দলটোক নেতৃত্ব দিব।

আইচিচি টি-২০ বিশ্বকাপৰ শেষত ভাৰতৰ টি-২০ অধিনায়কত্বৰ পৰা পদত্যাগ কৰা আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন খেলৰ টি-২০ শৃংখলাত বিশ্ৰাম লোৱা বিৰাট কোহলী দ্বিতীয় টেষ্টৰ বাবে দললৈ উভতি আহিব আৰু ৩ ডিচেম্বৰৰ পৰা মুম্বাইৰ ৱাংখেডে ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় খন টেষ্টত টীম ইণ্ডিয়াক নেতৃত্ব দিব।

“সৰ্ব ভাৰতীয় ছিনিয়ৰ চিলেকচন কমিটিয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক দুখনীয়া টেষ্ট শৃংখলাৰ বাবে দল ঘোষণা কৰিছে। বিৰাট কোহলীয়ে দ্বিতীয় টেষ্টৰ বাবে দলত যোগদান কৰিব আৰু দলটোক নেতৃত্ব দিব।” ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এক বিজ্ঞপ্তিত কয়।

Apply Now

 

#TeamIndia squad for NZ Tests:

A Rahane (C), C Pujara (VC), KL Rahul, M Agarwal, S Gill, S Iyer, W Saha (WK), KS Bharat (WK), R Jadeja, R Ashwin, A Patel, J Yadav, I Sharma, U Yadav, Md Siraj, P Krishna

*Virat Kohli will join the squad for the 2nd Test and will lead the team. pic.twitter.com/FqU7xdHpjQ

— BCCI (@BCCI) November 12, 2021

IPL-ৰ দ্বিতীয় পৰ্বত ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰৰ হৈ সুন্দৰ প্ৰদৰ্শন কৰা উইকেট ৰক্ষক বেটাৰ কে এছ ভাৰতক অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে দলৰ প্ৰথম পচন্দৰ উইকেট ৰক্ষক বেটাৰ হিচাপে ঋদ্ধিমান সাহাই অগ্ৰাধিকাৰ পাব পাৰে। আনকেপড পেচাৰ প্ৰসিধ কৃষ্ণা আৰু মিডল অৰ্ডাৰ বেটাৰ শ্ৰেয়স আয়াৰে টেষ্ট অভিষেক কৰাৰ সুযোগ পাব পাৰে।

জুলাইৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছত দলটোৰ বিৰুদ্ধে ভাৰতৰ এইটো প্ৰথমটো টেষ্ট শৃংখলা হ’ব।

ঘোষিত ভাৰত দলঃ আজিংক্য ৰাহানে (অধিনায়ক), কে এল ৰাহুল, মায়াংক আগৰৱাল, চেতেশ্বৰ পুজাৰা (সহ-অধিনায়ক), শুভমন গিল, শ্ৰেয়স আয়াৰ, ঋদ্ধিমান সাহা (উইকেটকিপাৰ), কে এছ ভৰত (উইকেটকিপাৰ), ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, অক্সাৰ পেটেল, জয়ন্ত যাদৱ, ইশান্ত শৰ্মা, উমেশ যাদৱ, মহম্মদ চিৰাজ, প্ৰসিধ কৃষ্ণা

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd