• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জল্পনা তুংগত! হঠাতে ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ মহাৰাজ সৌৰভ গাংগুলীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 27, 2020 8:24 pm

1 min read

Saurav Ganguli

সৌৰভ গাংগুলী।

373
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিন ধৰি চলি থকা জল্পনা-কল্পনাক যেন এক নতুন মাত্ৰা দিলে দেওবাৰে হঠাতে ৰাজভৱনলৈ গৈ ৰাজ্যপালক সৌৰভ গাংগুলীয়ে সাক্ষাৎ কৰা ঘটনাই।

দেওবাৰে দুপৰীয়া হঠাতে ৰাজভৱনত গৈ উপস্থিত হয় বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী।

হঠাতে পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনকড়ৰ ওচৰলৈ সৌৰভ গাংগুলীৰ এই গমনে বিশেষ চৰ্চা লাভ কৰিছে।

অৱশ্যে,ৰাজ্যপালগৰাকীৰ সৈতে সৌৰভৰ এই সাক্ষাৎ কোনো ৰাজনৈতিক কাৰণত নে ক্ৰিকেট সম্পৰ্কীয় সেয়া নিশ্চিত হোৱা নাই।

সূত্ৰ অনুসৰি, সৌজন্যমূলক সাক্ষাতৰ বাবেহে ৰাজ্যপালৰ ওচৰলৈ গৈছিল সৌৰভ গাংগুলী। প্ৰায় আধা ঘন্টা সময় দুয়োজনৰ মাজত বৈঠক হোৱাৰ কথা জানিব পৰা গৈছে।

পশ্চিমবংগত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰধান মুখ হ’ব পাৰে সৌৰভ গাংগুলী। ইয়াকে লৈ দীৰ্ঘদিন ধৰি চৰ্চা অব্যাহত আছে।

ইপিনে, সৌৰভ গাংগুলীয়ে সাধাৰণভাৱে এই কথা অস্বীকাৰ কৰি আহিছে আৰু তেওঁ ক্ৰিকেটৰ সৈতেই যুক্ত হৈ থকাৰ কথা ব্যক্ত কৰিছে।

ইয়াৰ মাজতে দেওবাৰে হঠাতে ৰাজ্যপালক সাক্ষাৎ কৰাৰ কথাই স্বাভাৱিকতে ৰাজ্যখনৰ ৰাজনৈতিক বতাহ গৰম কৰি তুলিছে।

ৰাজ্যখনৰ ৰাজনৈতিক মহলত  সৌৰভ গাংগুলী বিজেপিৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব পাৰে বুলি চৰ্চিত হৈ আহিছে।

অৱশ্যে, অলপতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগত বিজেপিয়ে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা অবিহনেই বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ষ্পষ্ট কৰি দিছে।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd