• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অখিল গগৈক সোণোৱাল চৰকাৰে হত্যা কৰিব বিচাৰিছে নেকি?-শৃংখল চলিহা

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
July 10, 2020 7:11 am
IMG-20200710-WA0004

বীৰ লাচিত সেনা আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চই আয়োজন কৰা যৌথ সংবাদ মেল। ফটো: নৰ্থইষ্ট নাও

2.9k
VIEWS
Share on FacebookShare on Twitter

অখিল গগৈক সৰ্বানন্দ সোনোৱাল চৰকাৰে হত্যা কৰিব বিচাৰিছে নেকি? এই প্ৰশ্ন বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ।

বৃহস্পতিবাৰে শিৱসাগৰত বীৰ লাচিত সেনা আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চই আয়োজন কৰা এক যৌথ সংবাদ মেলত এই মন্তব্য কৰে শৃংখল চলিহাই।

তেওঁ কয় অখিল গগৈ, বিতু সোনোৱাল, ধৈৰ্য কোঁৱৰক গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত আজি তিনিমাহ দিন নিৰাপত্তা বেষ্টনিৰ মাজত ৰখাৰ লগতে কোনো ব্যক্তিক সাক্ষাৎ কৰিবলৈ দিয়া নাই।

তেনে স্থলত বিতু সোনোৱাল আৰু ধৈৰ্য কোঁৱৰৰ দেহত কোভিড পজিটিভ কেনেকৈ পালে বুলি প্ৰশ্ন কৰে। অখিল গগৈক যিকোনো উপায়েৰে সৰ্বানন্দ সোণোৱাল চৰকাৰে হত্যা কৰিব বিচাৰিছে নেকি? এই প্ৰশ্ন কৰে শৃংখল চলিহাই।

আনহাতে কা’ বিৰোধী আন্দোলনত জড়িতসকলক চৰকাৰে চলে বলে কৌশলে কাৰাগাৰত সুমুৱাই থোৱাৰ অভিযোগ কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সচিব প্ৰধান প্ৰণৱজ্যোতি সন্দিকৈ আৰু শিৱসাগৰ সমিতিৰ সচিব বিকাশ কোঁচে ।

সংগঠন দুটাই অখিল গগৈ, বিতু সোনোৱাল, ধৈৰ্য কোঁৱৰ,মানস কোঁৱৰকে ধৰি কা’ আন্দোলনত জড়িত প্ৰতিগৰাকী ব্যক্তিৰ মুক্তিৰ দাবী জনোৱাৰ লগতে ক’ৰনাত আক্ৰান্ত দুয়োগৰাকী নেতাৰ লগতে অখিল গগৈক উপযুক্ত  চিকিৎসা প্ৰদান কৰিবলৈ দাবী জনায়।

অন্যথা সৰ্বানন্দ সোণোৱাল তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হবলৈ সাজু থাকিবলৈ আহ্বান জনায় শৃংখল চলিহাই। জাতি মাটি নিশেষ হোৱা চাই থকাতকৈ ক’ৰনাত মৰাটোৱেই শ্ৰেয় বুলিও মন্তব্য কৰে শৃংখল চলিহাই।

Recent News

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd