DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমীয়াৰ ওপৰত দপদপনি! বীৰ লাচিত সেনাই কাণত ধৰালে পেট্ৰ’ল পাম্পৰ ৪ বহিৰাগত কৰ্মচাৰীক

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
June 7, 2022 6:46 am
179
VIEWS
Share on FacebookShare on Twitter

পুনৰ অসমীয়াৰ ওপৰত বহিৰাগত লোকৰ দপদপনিৰ এক ঘটনাই সোমবাৰে মহানগৰীত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।গড়চুকস্থিত হিন্দুস্তান পেট্ৰল পাম্পত সংঘটিত হয় এই ঘটনা। 

পেট্ৰল পাম্পৰ কৰ্মচাৰীৰ নিৰ্মম অত্যাচাৰৰ বলি হয় দুগৰাকী অসমীয়া ব্যক্তি।

ব্যক্তি দুগৰাকীক ৰাস্তাত দৌৰাই দৌৰাই বেল্টেৰে কোবাই অত্যাচাৰ চলায়।

লগতে পঢ়ক: PPE Kit কেলেংকাৰী : মুখ্যমন্ত্ৰীৰ পত্নী আৰু ব্যৱসায়ী বন্ধুৰ বিৰুদ্ধে AAP ৰ গোচৰ

তাৰ পিছতে বীৰ লাচিত সেনাই কাণত ধৰালে পেট্ৰল পাম্পৰ চাৰি কৰ্মচাৰীক। কাণত ধৰাই আঁঠুকঢ়াই থয় চাৰি ধৃতক।

ব্যবসায়ী অপূৰ্ব বৰুৱা আৰু অভিযন্তা ৰোশন শৰ্মা নামৰ ব্যক্তি দুগৰাকীক পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীকেইজনে আক্ৰমণ কৰিছিল।

পেট্ৰল পাম্পটো অনিল শৰ্মা নামৰ মাৰোৱাৰী লোকজনৰ বুলি জানিব পৰা গৈছে।

ব্যক্তি দুগৰাকীয়ে দুচকীয়া বাহনলৈ তেল ভৰাবলৈ যাওঁতে সংঘটিত হয় এই ঘটনা।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 05 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

দুখন দেশ – দুটা ৰায়

দুখন দেশ – দুটা ৰায়

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd