• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

India-China border issue: চীন-ভাৰতৰ সম্পৰ্ক এতিয়া কেনে? বাখ্যা কৰিলে বৈদেশিক মন্ত্ৰী জয়শংকৰে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 19, 2021 7:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখৰ লগতে অৰুণাচলতো চীনে ব্যাপক হাৰত আগ্ৰাসন চলাই যোৱাৰ সময়তে চীন-ভাৰত সম্পৰ্ক সন্দৰ্ভত আজি আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ মত ব্যক্ত কৰিছে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে।

ছিংগাপুৰত অনুষ্ঠিত নিউ ইক’নমিক ফৰামৰ বৈঠকত ভাগ লৈ জয়শংকৰে কয় যে চীনে ভাৰতৰ সৈতে কৰা চুক্তি ভংগ কৰি আহিছে আৰু এই ক্ষেত্ৰত দেশ খনে কোনো পতিয়নযোগ উত্তৰ দিব পৰা নাই।

বিগত বৰ্ষৰ ৫ মে’ৰ দিনা লাডাখৰ পাংগং হ্ৰদৰ পাৰত চীনৰ সেনাই ভাৰতীয় সেনাক আক্ৰমণ কৰাৰ ঘটনাৰ পিছৰে পৰা দুয়ো খন দেশৰ মাজৰ সম্পৰ্কৰ অধিক অৱনতি ঘটিছিল।

Apply Now

লাডাখ সমস্যাকলৈ চীন আৰু ভাৰতৰ মাজত এতিয়ালৈকে ১৩ লানি আলোচনা অনুষ্ঠিত হৈছে আৰু শীঘ্ৰে ১৪ লানি আলোচনাও অনুষ্ঠিত হ’ব বুলি ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে বৈঠকত উল্লেখ কৰে।

তেওঁ কয় যে চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িৰ সৈতে তেওঁ কেইবাবাৰো বৈঠকত মিলিত হৈছে।

প্ৰতিবাৰেই ভাৰতে চীনক যিবোৰ বিষয়ত হস্তক্ষেপ নকৰিবলৈ স্পষ্ট ভাবে কৈছিল সেই সকলোবোৰ কথাই চীনে উলংঘা কৰা বুলি জয়শংকৰে মন্তব্য কৰে। তেওঁ কয় যে এনেবোৰ কাৰণতে চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক উন্নীত হোৱা নাই।

জয়শংকৰে লগতে কয় যে চীন-ভাৰত বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই হস্তক্ষেপ কৰিব বুলি ওলোৱা খবৰ উৰাবাতৰিহে।

আমেৰিকাই এতিয়া পূৰ্বৰ তুলনাত নৰমপন্থী মনোভাৱ গ্ৰহণ কৰাৰ কথা স্বীকাৰ কৰি আমেৰিকা ভাৰতৰ বন্ধু ৰাষ্ট্ৰ বুলি কয়। আমেৰিকাই মুকলি মনেৰে ভাৰতৰ সৈতে বিভিন্ন বিষয়ত সহযোগ কৰা বুলিও জয়শংকৰে মন্তব্য কৰে।

উল্লেখ্য উক্ত অনুষ্ঠানত প্ৰাক্তন মাৰ্কিন সচিব হিলাৰী ক্লিণ্টনৰ লগতে ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰো উপস্থিত আছিল। জয়শংকৰে কয় যে চীনে সম্প্ৰসাৰণবাদী মনোভাব গ্ৰহণ কৰাটো সঁচা।

কিন্তু দেশ খনে যি পদ্ধতিৰে সম্প্ৰসাৰণবাদ আৰম্ভ কৰিছে সেয়া শুদ্ধ নহয়।

প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আন দেশৰ সম্প্ৰসাৰণবাদ ৰোধ কৰাৰ লক্ষ্যৰে ভাৰত,জাপান,আমেৰিকা, অষ্ট্ৰেলিয়াকলৈ গঠিত QUAD ৰ প্ৰসংগও জয়শংকৰে উল্লেখ কৰে।

তেওঁ ভাৰতে সমিলমিলেৰে বিশ্বৰ আন দেশৰ সৈতে কান্ধত কান্ধ মিলাই প্ৰগতিৰ বাটত আগুৱাই যাব বিচাৰে বুলিও মন্তব্য কৰে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

October 16, 2026 8:56 am
কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd