• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্ধাকবিৰ উপকাৰিতা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2020 7:29 pm
Benefits of cabbage

সৌজন্য-- Dailyhunt

22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰসায়নিক সাৰ আৰু কীটনাশক আদিয়ে বন্ধাকবিৰ বদনাম কৰিছে যদিও চিনাকী পাচলিবিধৰ আছে বহু উপকাৰিতা।

বন্ধাকবি Brassica genus প্ৰজাতিৰ পাচলি। ব্ৰকলি, ফুলকবি, পালেং আদিও এই শ্ৰেণীৰ পাচলি।

Apply Now

সেউজীয়া বন্ধাকবিয়েই অধিক সুলভ যদিও ৰঙা, বেঙেনাৰঙী, নীলা সেউজীয়া আদি ৰঙৰ বন্ধাকবিও থাকে।

তলত ইয়াৰ কিছু উপকাৰিতা আগবঢ়োৱা হৈছে–

 

* মেদবহুলতা ৰোধী

মেদবহুলতা কমাব খোজা লোকৰ বাবে বন্ধাকবি উপকাৰী। একাপ বন্ধাকবিত মাত্ৰ ২২ কেলৰিহে থাকে। সেয়ে পেট ভৰাই খালেও বন্ধাকবিৰ পৰা কেলৰিৰ আধিক্য ঘটাৰ সম্ভাৱনা কম।

বন্ধাকবিত বহু পৰিমাণে পানী থাকে আৰু ই দেহক হাইড্ৰেটেড কৰি ৰাখে।

 

* দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক সবল কৰিব পাৰে

বন্ধাকবি ভিটামিন চিৰে ভৰপূৰ। এই ভিটামিনে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক সবল কৰিব পাৰে।

তাৰোপৰি ভিটামিন চিয়ে নন-হেম আইৰন দেহে শোষণ কৰাত সহায় কৰে। মাছ-মাংস বাদ দি শাক-পাচলি, ডাইল আদিত থকা আইৰণক হেম-আইৰন বোলা হয়।

ভিটামিন চি এটা শক্তিশালী এণ্টি-অক্সিডেণ্ট। ইয়াৰ কেন্সাৰ প্ৰতিৰোধী গুণ আছে।

 

* হজমত সহায়ক

বন্ধাকবিত হজম নোহোৱা আঁহজাতীয় উপাদান থাকে। আঁহজাতীয় উপাদানে শৌচ গঠনত সহায় কৰে। ই কোষ্ঠকাঠিন্য কমায় আৰু পেটৰ স্বাস্থ্য ভালে ৰাখে।

বন্ধাকবিত থকা পানীৰ পৰিমাণেও স্বাস্থ্য আৰু পেটৰ স্বাস্থ্য ভালে ৰখাত সহায়ক হয়।

বন্ধাকবিৰ হজম নোহোৱা ফাইবাৰে পেটত লেক্ট’বেছিলাছ আৰু বায়ফিড’বেক্টেৰিয়াম আদি ভাল বেক্টেৰিয়াৰ বৃদ্ধিত সহায় কৰে।

* তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰে

বন্ধাকবিৰ এণ্টিঅক্সিডেণ্ট আৰু এণ্টিহায়পাৰগ্লাইচেমিক উপাদান ডায়বিটিজ ৰোগীৰ বাবে উপকাৰী। ই তেজত শৰ্কৰাৰ পৰিমাণ কমায় আৰু ইনছুলিন উৎপন্ন হোৱাত সহায় কৰে।

তাৰোপৰি বন্ধাকবিৰ ফাইবাৰে চেনিৰ শোষণ মন্থৰ কৰে আৰু ডায়েবিটিজ ৰোধত সহায় কৰে।

* হৃদস্বাস্থ্য ভাল ৰাখে

বন্ধাকবিয়ে হৃদস্বাস্থ্য ভালে ৰাখে। বন্ধাকবিৰ ৰঙীন ৰং ফ্লেভনইডছৰ কাৰণে হয়। এই ৰঙীন উপাদানে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

বন্ধাকবিয়ে দেহত ইনফ্লেমেচন ৰোধ কৰি হৃদ-ধমনীজাত ৰোগ আঁতৰাই ৰখাত সহায় কৰে।

বন্ধাকবিৰ পলিফেনলে তেজৰ প্লেটিলেট বৃদ্ধি ৰোধ কৰে আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd