• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ল’কডাউন; পশ্চিমবংগত আৰক্ষীৰ নির্মম প্ৰহাৰত মৃত্যু এজন লোকৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 26, 2020 1:11 pm

1 min read

index.jpg01.jpg0

প্ৰতিনিধিত্বমূলক ছবি

16k
VIEWS
Share on FacebookShare on Twitter

নৰ সংহাৰী ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশত ২১ দিনীয়া ল’কডাউন ঘোষণা কৰাৰ পিছৰে পৰা আৰক্ষী আৰু নিৰাপত্তাৰক্ষী অধিক কঠোৰ হৈ পৰিছে।

ঠাইয়ে ঠাইয়ে ঘৰ তথা পথলৈ ওলাই অহা লোকক আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰা দেখা গৈছে।

পশ্চিমবংগত আৰক্ষীৰ বৰ্বৰ প্ৰহাৰত মৃত্যু ঘটিছে এজন লোকৰ। মৃত লোকজনৰ পৰিয়ালে এই দাবী কৰিছে।

পশ্চিমবংগৰ হাওৰাৰ ৩২ বছৰীয়া লাল স্বামী নামৰ লোৰকজনে যোৱা বুধবাৰে গাখীৰ কিনিবলৈ ঘৰৰ পৰা ওলাই আহিছিল।

আৰক্ষীৰ লোকে লোকজনক ল’কডাউন অমান্য কৰি ওলাই অহাৰ বাবে পথত অতি বৰ্বৰভাৱে লাঠিচাৰ্জ কৰি প্ৰহাৰ কৰে।

আৰক্ষীৰ নিৰ্মম প্ৰহাৰত আহত লোকজনক স্থানীয় চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰায় যদিও চিকিৎসালয়তে লোকজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।

ইফালে আৰক্ষীয়ে দাবী কৰিছে যে হৃদযন্ত্ৰৰ ৰোগত ভুগি থকা লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত হৃদৰোগজনিত কাৰণতহে মৃত্যু ঘটিছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd