DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 12, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পেগাচাছ বিতৰ্ক : বংগৰ তদন্ত আয়োগৰ তদন্ত স্থগিত ৰাখিলে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2021 7:20 pm
Pegasus Snooping
122
VIEWS
Share on FacebookShare on Twitter

বংগ চৰকাৰৰ দ্বাৰা নিযুক্ত আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এম বি লোকুৰৰ নেতৃত্বত গঠিত তদন্ত আয়োগৰ দ্বাৰা পেগাচাছ বিতৰ্কৰ চলিত তদন্ত স্থগিত ৰাখিছে উচ্চতম ন্যায়ালয়ে।

মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ সূৰ্য কান্ত আৰু হিমা কোহলীক লৈ গঠিত এখন বিচাৰপীঠে এক আবেদনৰ প্ৰতি লক্ষ্য ৰাখি কয় যে পশ্চিম বংগ চৰকাৰে লোকুৰ পেনেলে তদন্ত আগবঢ়াব নোৱাৰিব বুলি আশ্বাস দিয়া স্বত্বেও আয়োগে ইয়াৰ কাম আৰম্ভ কৰিছে।

উচ্চতম ন্যায়ালয়ে ২৭ অক্টোবৰত ইজৰাইলী স্পাইৱেৰ পেগাচাছৰ কথিত ব্যৱহাৰৰ তদন্তৰ বাবে চাইবাৰ বিশেষজ্ঞৰ তিনিজনীয়া পেনেল নিয়োগ কৰি কৈছিল যে প্ৰতিজন নাগৰিকক গোপনীয়তা উলংঘনৰ বিৰুদ্ধে সুৰক্ষাৰ প্ৰয়োজন আৰু ৰাজ্যৰ দ্বাৰা কেৱল ৰাষ্ট্ৰীয় সুৰক্ষা আহ্বান কৰিলেই ন্যায়ালয়ক মূক দৰ্শক হিচাপে পৰিগণিত নকৰে।

উল্লেখ্য যে যোৱা মাহত পশ্চিম বংগ চৰকাৰে ঘোষণা কৰা তদন্ত আয়োগৰ সদস্য হিচাপে আছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ লোকুৰ আৰু কলিকতা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ জ্যোতিৰ্ময় ভট্টাচাৰ্য।

এটা আন্তৰ্জাতিক মিডিয়া কনচৰ্টিয়ামে প্ৰকাশ কৰা প্ৰতিবেদনত প্ৰকাশ পাইছিল যে পেগাচাছ স্পাইৱেৰ ব্যৱহাৰ কৰি ৩০০ তকৈও অধিক ভাৰতীয় মোবাইল ফোন নম্বৰৰ চোৰাংচোৱাৰ লক্ষ্য কৰা হৈছে।

Recent News

নৰ্থ ইষ্ট নাওৰ বাতৰি প্ৰভাৱ: জীৰমিকা তিমুংপিৰ সন্ধান লাভ কৰি নগাঁওৰ পৰা লৈ গ’ল বায়েক গ্ৰেছলিয়ে

নৰ্থ ইষ্ট নাওৰ বাতৰি প্ৰভাৱ: জীৰমিকা তিমুংপিৰ সন্ধান লাভ কৰি নগাঁওৰ পৰা লৈ গ’ল বায়েক গ্ৰেছলিয়ে

দল আৰু চৰকাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰা হিতাধিকাৰী ব্যৱস্থা বন্ধ হওক; সৰ্বোচ্চ আদালতৰ সিদ্ধান্তক আদৰণি মানৱ অধিকাৰ কর্মীৰ

দল আৰু চৰকাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰা হিতাধিকাৰী ব্যৱস্থা বন্ধ হওক; সৰ্বোচ্চ আদালতৰ সিদ্ধান্তক আদৰণি মানৱ অধিকাৰ কর্মীৰ

independence day Hiren Gohain

ৰাষ্ট্ৰৰ মালিক যেন জনসাধাৰণ নহয়, ক্ষমতাশালী মহলহে যেন ইয়াৰ মালিক! মন্তব্য ড০ হীৰেন গোহাঁইৰ

Shashi Tharoor: কংগ্ৰেছ সাংসদ শশী থাৰুৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘লিজিয়ন অফ অনাৰ’

Shashi Tharoor: কংগ্ৰেছ সাংসদ শশী থাৰুৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘লিজিয়ন অফ অনাৰ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd