• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম অসমীয়াৰ! এইবাৰ বঙালী ভাষাক চৰকাৰী সহযোগী ভাষা কৰাৰ দাবী সাৰা আসাম বঙালী ঐক্য মঞ্চৰ

NE NOW NEWS নীলমনি শর্মা
কৃষ্ণাই , January 11, 2021 9:17 am

2 min read

WhatsApp Image 2021-01-11 at 8.59.33 AM

কৃষ্ণাইত সাৰা আসাম বঙালী ঐক্য মঞ্চৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

214
VIEWS
Share on FacebookShare on Twitter

কৃষ্ণাইত দেওবাৰে “সাৰা আসাম বঙালী ঐক্য মঞ্চ”ই অনুষ্ঠিত কৰে এখন সংবাদমেল ৷ কেইবাটাও বিষয়কলৈ সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে বঙালী সংগঠনটোয়ে৷

“বঙালী ভাষাক চৰকাৰী সহযোগী ভাষা কৰা, ডি-ভোটাৰ আৰু ডিটেনশ্যন কেম্পত হিন্দু বঙালী সকলক হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি অভিযোগ তুলি এই সংবাদমেল অনুষ্ঠিত কৰা হয়৷

বঙালী ভাষাক ৰাজ্যত চৰকাৰী সহযোগী ভাষা হিচাবে শীঘ্ৰেই স্বীকৃতি দিয়াৰ দাবীত সৰব হৈ পৰে “সাৰা আসাম বঙালী ঐক্য মঞ্চ৷”

“দীৰ্ঘ দিন ধৰি অসমত বসবাস কৰা বঙালী সম্প্ৰদায় লোক সকলে বঞ্চনাৰ বাহিৰে আজিলৈকে একো পাৱলৈ সক্ষম নহ’ল ৷ ৰাজ্যখনত বসবাস কৰা ৯০ লক্ষাধিক বঙালী লোকে তেওঁলোকৰ অধিকাৰ সদায় বঞ্চনাৰ বাবে হেৰুৱাব লগা হৈছে ৷”

গোৱালপাৰাৰ কৃষ্ণাইৰ কৰ্মকাৰ পাৰাত অনুষ্ঠিত সাৰা আসাম বাঙালী ঐক্য মঞ্চৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বহকৰ শেষত আয়োজন কৰা সংবাদ মেলত চৰকাৰে বঙালী সকলৰ প্ৰতি কৰি অহা বঞ্চনা আৰু অৱহেলাৰ বিৰুদ্ধে ক্ষোভ উজাৰে বঙালী সংগঠনটোয়ে৷

ইফালে চৰকাৰে ডিটেনশ্যন কেম্প আৰু ডি ভোটাৰৰ নামত হিন্দু বঙালী লোক সকলোক হাৰাশাস্তি কৰাৰ অভিযোগ তুলি সোনকালেই এই সমস্যা সমাধান কৰাৰ দাবী তোলে ৷

বঙালী সংগঠন সমূহৰ দাবীক আজিলৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই৷ ধলাত পাছ জনকৈ বঙালী লোকৰ হত্যাকাণ্ডৰ পিছত চৰকাৰে গঠন কৰা আয়োগৰ প্ৰতিবেদন আজিকৈ ৰাজহুৱা নহল বুলিও উল্লেখ কৰে সংগঠনটোৰ নেতাসকলে ৷

চৰকাৰক অতিশীঘ্ৰে বঙালী ভাষাক চৰকাৰী সহযোগী ভাষা হিচাবে স্বীকৃতি দিয়াৰ লগতে সংগঠনটোৱে উত্থাপন কৰা দাবী সমূহ কাৰ্যকৰী নকৰিলে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে ৷

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd