• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দৈনিক ১হাজাৰ টকা বিনিয়োগত ৫ হাজাৰ টকা ৰিটাৰ্ণ! ৮৫৪ কোটিৰ জালিয়াতি চক্ৰৰ ৬জনক গ্ৰেপ্তাৰ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 1, 2023 10:40 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১ হাজাৰ টকা বিনিয়োগ কৰিলে দৈনিক ১ৰ পৰা ৫ হাজাৰ টকাৰ ৰিটাৰ্ণ পাব। বহুতে এসপ্তাহতে লাখপতি হোৱাৰ সপোন দেখিছিল। বিশ্বাস কৰি টকা বিনিয়োগ কৰিবলৈও আৰম্ভ কৰিছিল। সুত, ৰিটাৰ্ণটো দূৰজ কথা, ৰাতিটোৰ ভিতৰতে হেৰুৱালে লাখ লাখ টকা। এইবাৰ আৰক্ষীয়ে ৮৫৪ কোটি টকাৰ চাইবাৰ জালিয়াতি চক্ৰটোৰ সন্ধান পালে।

শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চনা চক্ৰটোৰ সৈতে জড়িত ৬জন মূল অভিযুক্তক। জেৰাত জানিব পৰা মতে বিনিয়োগ আঁচনিৰ নামত দেশজুৰি চলাইছিল এই জালিয়াতি চক্ৰ। হাজাৰ হাজাৰ লোকক এনেদৰে প্ৰতাৰণা কৰা হৈছিল। আৰক্ষীয়ে জনোৱা মতে, মুঠ ৮৫৪ কোটি টকাৰ জালিয়াতি সংঘটিত হৈছে।

গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি শনিবাৰে বেংগালুৰু আৰক্ষীয়ে অভিযান চলায়। জালিয়াতি চক্ৰটোৰ ৬ জন “মূল কিং পিনক” গ্ৰেপ্তাৰ কৰা হয়। ৮৫৪ কোটি টকাৰ ভিতৰত মাত্ৰ ৫ কোটি টকা নগদ ধনহে জব্দ হৈছে। বাকী টকাৰ সন্ধান চলাই থকা হৈছে।

Apply Now

লগতে পঢ়কঃ ১ অক্টোবৰৰ পৰাই কাৰ্যকৰী; অধিক বিদ্যুতৰ বিল পৰিশোধ কৰিব লাগিব অসমৰ গ্ৰাহকে

জানিব পৰা মতে, প্ৰৱঞ্চকসকলে হোৱাটছএপ আৰু টেলিগ্ৰামৰ জৰিয়তে সাধাৰণ মানুহৰ লগত যোগাযোগ কৰে। প্ৰথম অৱস্থাত তেওঁলোকে কৈছিল যে অতি কম পৰিমাণৰ ধন বিনিয়োগ কৰক। এবাৰ ১ৰ পৰা ১০ হাজাৰ টকা বিনিয়োগ কৰিলে দৈনিক ১ৰ পৰা ৫ হাজাৰ টকাৰ ৰিটাৰ্ণ পাব।

বহুতেই এই লোভনীয় টোপ গিলি টকা বিনিয়োগ কৰিবলৈ আৰম্ভ কৰে। আৰম্ভণিতে সঁচাকৈয়ে ভাল ৰিটাৰ্ণ পাইছিল। অনলাইন পেমেণ্টৰ জৰিয়তে পোনপটীয়াকৈ বেংক একাউণ্টত জমা হৈছিল এই ধন।

কিন্তু লাহে লাহে ওলাল গোমৰ ফাঁক। ঠিক এনেকৈয়ে যেতিয়া সাধাৰণ মানুহে লাখ লাখ টকা বিনিয়োগ কৰে তেতিয়াই প্ৰকৃত জালিয়াতি ঘটে। আৰক্ষীৰ মতে, যি মুহূৰ্তত কোনোবাই ১ৰ পৰা ১০ লাখ টকা বা তাতকৈ অধিক বিনিয়োগ কৰিলে, সেই মুহূৰ্তত প্ৰৱঞ্চকসকলে সকলো যোগাযোগ বন্ধ কৰি দিয়ে। প্ৰৱঞ্চকসকলে বেংক একাউণ্টলৈ পঠোৱা ধন উলিয়াবলৈ গ’লে লগে লগে গোটেই একাউণ্টটো খালী হৈ পৰে। সমগ্ৰ দেশৰ হাজাৰ হাজাৰ লোকক এনেদৰে প্ৰতাৰণা কৰা হৈছে।

লগতে পঢ়কঃচৰকাৰী ঘোষণাঃ গান্ধী জয়ন্তীৰ দিনা খোলা থাকিব ৰাজ্যৰ বিদ্যালয়সমূহ

প্ৰৱঞ্চকসকলে সকলোৰে পৰা সংগ্ৰহ কৰা লাখ লাখ টকা এটা মূল একাউণ্টত জমা হয়। তাৰপিছত হাৱালাৰ জৰিয়তে সেই টকা অন্তৰ্ধান হৈ যায়। আৰক্ষীৰ তথ্য অনুসৰি বিটকইন, অনলাইন গেটৱে, বিভিন্ন গেমিং এপৰ ​​জৰিয়তে মুঠ ৮৫৪ কোটি টকা প্ৰতাৰণা কৰা হৈছে। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd