• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কৃষকৰ সমৰ্থনত অনশনত বহিল আন্না হাজাৰে, ক’লে- চৰকাৰে আশ্বাসহে দিয়ে, কেতিয়াও দাবী পূৰণ নকৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 8, 2020 12:08 pm

1 min read

কৃষকৰ সমৰ্থনত অনশনত বহিল আন্না হাজাৰে, ক’লে- চৰকাৰে আশ্বাসহে দিয়ে, কেতিয়াও দাবী পূৰণ নকৰে
289
VIEWS
Share on FacebookShare on Twitter

নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলৰ সমৰ্থনত আজি এদিনীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে সমাজকৰ্মী আন্না হাজাৰেই।

প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলে আজি দেশজুৰি ভাৰত বন্ধৰ আহ্বান জনাইছে।

হাজাৰেই এই সন্দৰ্ভত কয় যে দেশত আন্দোলন হ’ব লাগে যাতে চৰকাৰৰ ওপৰত হেচা পৰে আৰু তেওঁলোকে কৃষকসকলৰ হিতৰ বাবে পদক্ষেপ গ্ৰহণ কৰে।

সমাজকৰ্মী আন্নাই এটা ৰেকৰ্ডিং বাৰ্তাৰ জৰিয়তে দেশবাসীক আহ্বান জনাই কয় যে দিল্লীত যি আন্দোলন চলি আছে, সেয়া সমগ্ৰ দেশতে হ’ব লাগে।

চৰকাৰৰ ওপৰত হেচা প্ৰয়োগ কৰিবলৈ এইধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী আৰু ইয়াৰ বাবে কৃষকসকল পথলৈ ওলাই আহিব লাগিব বুলিও আন্নাই কয়।

ইয়াৰ উপৰি তেওঁ কোনো লোককে হিংসাৰ আশ্ৰয় নল’বলৈও আহ্বান জনাই কৃষকসকলৰ সমস্যা সমাধানৰ বাবে ৰাজপথলৈ ওলাই অহা এয়া সঠিক সময় বুলি মন্তব্য কৰে।

উল্লেখ্য যে আন্না হাজাৰেই মহাৰাষ্ট্ৰৰ আহমদনগৰ জিলাৰ ৰালেগণ সিদ্ধি গাঁৱত এই অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে।

তেওঁ লগতে কয় যে চৰকাৰে কেৱল আশ্বাসহে দিয়ে, কেতিয়াও দাবী পূৰণ নকৰে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd