• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাৱধান প্ৰতিবাদকাৰী : ৰাজপথত নামিলেই সহিবলৈ সাজু থাকক ভোট জলকীয়াৰ পোৰণি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 23, 2019 9:53 pm

1 min read

Assam Police Bhoot Jalakia

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

1.4k
VIEWS
Share on FacebookShare on Twitter

উত্তেজিত জনতা তথা প্ৰতিবাদকাৰীসকলক ছ্ত্ৰভংগ দিয়াৰ বাবে অসম আৰক্ষীয়ে পৃথিৱীৰ আটাইতকৈ তীক্ষ্ণ ভোট জলকীয়াক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি অসম আৰক্ষীয়ে কন্দুৱা গেছ ৰাবাৰ বুলেটৰ ধৰণে ভোট জলকীয়াক হেণ্ড গ্ৰেনেডৰ লেখিয়াকৈ নতুন অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব।

‘চিলি গ্ৰেনেড’কে ধৰি প্ৰায় ৩০,০০০ হাজাৰ বিভিন্ন ধৰণৰ অ-প্ৰাণঘাটি গোলাবাৰুদ আৰক্ষীয়ে বিগত সময়ছোৱাত নিজৰ অস্ত্ৰাগাৰত অন্তৰ্ভূক্ত কৰিছে।

বিশ্বৰ আটাইতকৈ তীক্ষ্ণ জলকীয়া হিচাপে ভোট জলকীয়াই ২০০৭ চনত গ্ৰিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছিল। উত্তৰ-পূব বিশেষকৈ অসম, অৰুণাচল, নাগালেণ্ড আৰু মণিপুৰত ভোট জলকীয়াৰ খেতি কৰা হয়।

ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ মন্ত্ৰালয়ৰ লেবৰটৰীত পৰীক্ষামূলকভাৱে ব্যৱহাৰৰ পাছত যিবোৰ যোগ্য হিচাপে বিবেচনা কৰা হয় সেইবোৰকহে অ-প্ৰাণঘাটি অস্ত্ৰ ভাণ্ডাৰত অন্তৰ্ভূক্ত কৰা হয়।

উল্লেখযোগ্য যে, অসম আৰক্ষীৰ অ-প্ৰাণঘাটি অস্ত্ৰভাণ্ডাৰত ‘ভোটজলকীয়া গ্ৰেনেড’ অন্তৰ্ভূক্ত কৰাৰ লগে লগে কন্দুৱা গেছ, ৰাবাৰ বুলেটৰ লগতে ভোট জলকীয়া উত্তেজিত জনতাৰ বাবে নিশ্চিতভাৱে ত্ৰাসৰ কাৰণ হৈ পৰিব ।

Recent News

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd