• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভাৰ ৪, ৰান ৭, উইকেট ৮! টি-২০ ক্ৰিকেটত বিশ্ব অভিলেখ গঢ়িলে ভূটানৰ বলাৰ সোণম য়েশ্বেই  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2025 8:58 am
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টি-২০ ক্ৰিকেটৰ ইতিহাসত এনেকুৱা এটা দিন আগতে কেতিয়াও অহা নাই। যিটো ভূটানৰ হাতলৈ আহিল। বাওঁহতীয়া স্পিনাৰ সোণম য়েশ্বেই আন্তঃৰাষ্ট্ৰীয় টি-২০ত এটা ইনিংছত ৮টা উইকেট দখল কৰি এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

ম্যানমাৰৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলাৰ গেলেফুত তৃতীয়খন মেচত ২২ বছৰীয়া য়েশ্বেই এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰে। পৰিসংখ্যা—৪ অভাৰত ৭ ৰান দি ৮ টা উইকেট। ইয়াৰ পূৰ্বে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পুৰুষ-মহিলা কোনো বলাৰৰ এনে অভিলেখ নাই।

Apply Now

এই ৮টা উইকেটৰ ভিতৰত ৬টা কেচৰ দ্বাৰা, এটা বোল্ড, এটা এলবিডব্লিউ। য়েশ্বেইৰ ধূৰ্ণীৰ সন্মুখত থিয় দিবই নোৱাৰিলে ম্যানমাৰৰ লাইন আপ । ভূটানে ১২৭ ৰানত অল আউট হোৱাৰ পিছত মাত্ৰ ৪৫ ৰানতে অল আউট হয় ম্যানমাৰ। ভূটানে ৮২ ৰানত জয়লাভ কৰে।

ইয়াৰ পূৰ্বে পুৰুষৰ টি-২০ত শ্ৰেষ্ঠ বলিং ফিগাৰৰ অভিলেখ আছিল মালয়েছিয়াৰ ছিয়াজৰুল ইদ্ৰুছৰ—২০২৩ চনত চীনৰ বিৰুদ্ধে ৮ ৰান দি ৭ উইকেট দখল কৰিছিল। মহিলা টি-২০ত শ্ৰেষ্ঠ অভিলেখ আছিল ইণ্ডোনেছিয়াৰ ৰোহমালিয়া ৰোহমালিয়াৰ—২০২৪ চনত মংগোলিয়াৰ বিৰুদ্ধে কোনো ৰান নিদিয়াকৈ ৭ উইকেট দখল। সোনম য়েশ্বে দুয়োটাকে অতিক্ৰম কৰিলে।

ভূটান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ সহযোগী সদস্য। এই পৰ্যায়ৰ বহু দেশৰ ক্ৰিকেটাৰ এতিয়াও অপেশাদাৰ। অৱশ্যে ভূটান ইয়াৰ ব্যতিক্ৰম। পুৰুষ আৰু মহিলা জাতীয় দলৰ ৩৬ গৰাকী ক্ৰিকেটাৰে কেন্দ্ৰীয় চুক্তিৰ অধীনত দৰমহা লাভ কৰে।

HISTORY IN THE MAKING! 🇧🇹🏏

Sonam Yeshey just shattered world records:
* 8 wickets for only 7 runs! 🔥
* First-ever 8-fer in Men’s T20Is 🌍
* Massive win for Bhutan vs Myanmar 🏆

Is this the greatest bowling spell ever? Let us know! 👇 pic.twitter.com/d6WdHpBxH5

— Cricket Virtus (@cricketvirtus) December 29, 2025

বৰ্তমান পুৰুষৰ টি-২০ ৰেংকিঙত ভূটান ৭৭ নম্বৰ স্থানত থকাৰ বিপৰীতে ম্যানমাৰ ৯৫ নম্বৰ স্থানত আছে। কিন্তু এই এখন মেচত ক্ৰিকেটৰ ইতিহাসত সোমাল সোণম য়েশ্বেৰ… এটা স্পেলেৰেই সলনি কৰি দিলে কাহিনী, এদিনতে লিখা বিশ্ব অভিলেখ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd