• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোডীক দেখি বুকুৰ মাজলৈ টানি আনিলে বাইডেনে! স্তম্ভিত হৈ ৰ’ল বিশ্বৰ প্ৰতিনিধি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2023 8:29 pm
563
VIEWS
Share on FacebookShare on Twitter

জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ জাপানলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। একেখন সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী তথা ৰাষ্ট্ৰদূতসকলো উপস্থিতি হৈছেগৈ জাপানৰ হিৰোচিমা চহৰত। এই শনিবাৰে দিনত অনুষ্ঠিত হোৱা এই বৈঠকত উপস্থিত আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনো। 

কিন্তু এই সন্মিলনৰ মাজতে প্ৰকাশ পালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ থকা জ’ বাইডেনৰ আন্তৰিকতা। সভাত বহি থকা নৰেন্দ্ৰ মোডীক দেখিয়েই মোডীৰ ওচৰলৈ নিজেই উঠি আহিল বাইডেন। মোডীৰ ওচৰলৈ আহিয়েই আন্তৰিকতাৰে সাৱটি ধৰিলে বাইডেনে। 

#WATCH | Prime Minister Narendra Modi and US President Joe Biden share a hug as they meet in Hiroshima, Japan. pic.twitter.com/bbaYMo1jBL

— ANI (@ANI) May 20, 2023

উল্লেখ্য যে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাৰিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে জাপানলৈ উৰা মাৰিছিল। জানিব পৰা মতে জি-৭ৰ বৈঠকৰ পাছত পাপুয়া নিউগিনি আৰু অষ্ট্ৰেলিয়াও ভ্ৰমণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। 

এই বৈঠকতে বাইডেন আৰু মোডীয়ে কথাৰ আদান-প্ৰদান কৰে। সংবাদ মাধ্যম এ এন আইয়ে প্ৰচাৰ কৰা এটা ভিডিঅ’ত দেখা যায় যে মোডীক বহি থকা দেখি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী নিজেই আগবাঢ়ি আহিছিল। বাইডেনক দেখি মোডীয়ো থিয় হ’ল। দুয়োজনে সাৱটি ধৰিলে। দুই ৰাষ্ট্ৰপতিৰ মাজতো কেইছেকেণ্ডমান কথাৰ আদান-প্ৰদানো চলিল।

উল্লেখ্য যে অহা জুন মাহত দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ মাজত বিশেষ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে। ইয়াৰ বাবে ২১ জুনৰ পৰা ২৪ জুনলৈ আমেৰিকা ভ্ৰমণ কৰিব মোডীয়ে। 

বাইডেনে ২২ জুনত ৰাতিৰ আহাৰ গ্ৰহণৰ বাবেও নিমন্ত্ৰণ জনাইছে মোডীক।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd