• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতীয় যাত্ৰীসকললৈ ডাঙৰ সকাহ, ২৭ খন দেশত বিনামূলীয়া ভিছা আৰু ৬৬ খন দেশত ই-ভিছাৰ সুবিধা

ভাৰতীয় নাগৰিকসকলৰ বাবে বিদেশ ভ্ৰমণ এতিয়া আগতকৈ বহুখিনি সহজ হৈ পৰিছে। শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি এতিয়া ভাৰতীয় যাত্ৰীসকলে বিশ্বৰ ২৭ খন দেশত কোনো ভিছা নোহোৱাকৈয়ে বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2026 7:03 pm
275
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় নাগৰিকসকলৰ বাবে বিদেশ ভ্ৰমণ এতিয়া আগতকৈ বহুখিনি সহজ হৈ পৰিছে। শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি এতিয়া ভাৰতীয় যাত্ৰীসকলে বিশ্বৰ ২৭ খন দেশত কোনো ভিছা নোহোৱাকৈয়ে বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব। ইয়াৰ উপৰিও বিশ্বৰ ৪৭ খন দেশে ভাৰতীয় নাগৰিকসকলক ভিছা অন এৰাইভেল অৰ্থাৎ সেই দেশত উপস্থিত হোৱাৰ পিছত ভিছা দিয়াৰ সুবিধা প্ৰদান কৰিছে আৰু ৬৬ খন দেশত ই-ভিছাৰ সুন্দৰ ব্যৱস্থা উপলব্ধ কৰা হৈছে। বিগত বছৰবোৰৰ তুলনাত এই সুবিধাসমূহ বহুখিনি বৃদ্ধি পাইছে, যিয়ে ভাৰতীয় যাত্ৰীসকলৰ বাবে বিদেশ ভ্ৰমণৰ দুৱাৰ আৰু অধিক মুকলি কৰি দিছে।

ভাৰতত পাছপৰ্ট বনোৱা আৰু ইয়াৰ সৈতে জড়িত সেৱাসমূহৰ ক্ষেত্ৰতো এক অভূতপূৰ্ব পৰিৱৰ্তন দেখা গৈছে। বিগত ১০ বছৰত সমগ্ৰ দেশতে পাছপৰ্ট কেন্দ্ৰৰ সংখ্যা প্ৰায় ছয় গুণ বৃদ্ধি পাইছে। যি সময়ত ১০ বছৰ আগতে সমগ্ৰ দেশত মাত্ৰ ৭৭ টা পাছপৰ্ট কেন্দ্ৰ আছিল, এতিয়া সেই সংখ্যা বৃদ্ধি পাই ৫৪৫ টা হৈছে। এতিয়া সাধাৰণ ৰাইজে পাছপৰ্ট সেৱা কেন্দ্ৰ আৰু ডাকঘৰ পাছপৰ্ট সেৱা কেন্দ্ৰসমূহত ৪৫ মিনিটতকৈও কম সময়ৰ ভিতৰত নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। কেৱল আৰক্ষীৰ সত্যপন প্ৰক্ৰিয়াটোক বাদ দি পাছপৰ্টৰ বাকী সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ এতিয়া মাত্ৰ ৬ দিনমান সময়ৰ প্ৰয়োজন হয়। চৰকাৰে জনোৱা অনুসৰি যোৱা বছৰ ১০ টা নতুন ডাকঘৰ পাছপৰ্ট কেন্দ্ৰ খোলা হৈছিল আৰু এই বছৰো আন ১০ টা এনে কেন্দ্ৰ খোলা হ’ব।

Apply Now

চৰকাৰে সদৰী কৰা তথ্য অনুসৰি, কেৱল ২০২৫ বৰ্ষতে দেশত প্ৰায় ১.৫ কোটি পাছপৰ্ট আৰু ইয়াৰ সৈতে জড়িত সেৱা জনসাধাৰণক প্ৰদান কৰা হৈছে, যাৰ ভিতৰত ১.৩৯ কোটি নতুন পাছপৰ্ট জাৰী কৰা হৈছে। বিদেশ মন্ত্ৰালয়ে পাছপৰ্ট সেৱাক অধিক উন্নত, স্বচ্ছ আৰু ডিজিটেল কৰাৰ বাবে ঘৰুৱা আৰু বৈদেশিক দুয়োটা স্তৰতে নতুন প্ৰযুক্তিৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা মানদণ্ড অনুসৰি নতুন চিপযুক্ত ই-পাছপৰ্টৰ আৰম্ভণি কৰা হৈছে, যিয়ে যাত্ৰীসকলৰ সুৰক্ষা আৰু পৰিচয় ব্যৱস্থা অধিক মজবুত কৰিব। অৱশ্যে বিদেশ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে পাছপৰ্ট মূলতঃ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা এটা গুৰুত্বপূৰ্ণ নথি আৰু ই নাগৰিকত্বৰ কোনো একক প্ৰমাণ নহয়।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

October 1, 2026 2:44 pm
ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

October 1, 2026 1:52 pm
উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

October 1, 2026 2:44 pm
ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

October 1, 2026 1:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd