• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এই মাহতেই কিনক Hero স্কুটাৰ; কোম্পানীয়ে লৈ আহিছে আকৰ্ষণীয় অফাৰ

পিয়ূষ ৰঞ্জন বৰদলৈ by পিয়ূষ ৰঞ্জন বৰদলৈ
August 24, 2019 5:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যদি আপুনি দুচকীয়া বাহন ল’ম ল’ম বুলি ভাবি আছে তেন্তে দেৰি নকৰিব। যিহেতু দুচকীয়া বাহন নিৰ্মাতা কোম্পানী Hero Motocorp এ লৈ আহিছে এক আকৰ্ষণীয় অফাৰ।

কোম্পানীটোৰ অট’মেটিক দুচকীয়া বাহন সমূহত লাভ কৰিব এই আকৰ্ষণীয় অফাৰ। আৰু এই অফাৰ কেৱল মাত্ৰ চলিত মাহৰ বাবেহে প্ৰজোয্য।

Apply Now

গ্ৰাহক সকলে Discount Voucher, Loyalty আৰু Exchange Bonus এই তিনিটা ভাগত অফাৰ সমূহ গ্ৰহণ কৰিব পাৰিব।

২০০০ টকাৰ Loyalty Bonus

২০০০ টকাৰ Loyalty Bonus কোম্পানীৰ ফালৰ পৰা দি থকা হৈছে। অৰ্থাৎ যদি আপুনি Hero Motocorp ৰ যিকোনো পুৰণা দুচকীয়া বাহন, নতুন দুচকীয়া বাহনৰ লগত সলনি কৰিব বিচাৰে তেম্তে কোম্পানীৰ ফালৰ পৰা আপুনি লাভ কৰিব ২০০০ টকাৰ Loyalty Bonus আৰু ২০০০ টকাৰ Exchange Bonus। অৰ্থাৎ ইয়াত অধিকতম ৪০০০ টকাৰ অফাৰ আপুনি গ্ৰহণ কৰিব পাৰিব।

শিক্ষক সকলৰ কাৰণে আছে আন এক আকৰ্ষণীয় অফাৰ

Financial Expressত প্ৰকাশিত সংবাদ অনুসৰি শিক্ষক সকলৰ কাৰণে Hero Motocorp য়ে আগবঢ়াইছে আৰু অধিক আকৰ্ষণীয় অফাৰ। এই অফাৰ চৰকাৰী আৰু বেচৰকাৰী সকলো শিক্ষকে গ্ৰহণ কৰিব পাৰিব। এই অফাৰটোৰ জৰিয়তে শিক্ষক সকলে Hero Motocorpৰ যিকোনো দুচকীয়া বাহনত লাভ কৰিব ২৫০০ টকা পৰ্যন্ত ৰেহাই।

PayTM ৰ সহযোগেৰে ক্ৰয় কৰিলেও আপুনি লাভ কৰিব এই অফাৰ

কোম্পানীয়ে PayTM ৰ সহযোগত গ্ৰাহকক অন্য এক আকৰ্ষণীয় অফাৰ দিছে। অফাৰ অনুসৰি আপুনি যদি PayTMৰ সহযোগত বাহনখন বুক কৰাই তেন্তে উপৰোক্ত যিকোনো তিনিতাৰ ভিতৰত এটা অফাৰ পছন্দ কৰাৰ সুবিধা লাভ কৰিব।

ইয়াত অধিকতম ৮৫০০ টকাৰ ৰেহাই আপুনি লাভ কৰিব আৰু যদিহে আপুনি Heroৰ কৰ্মচাৰী হয় তেন্তে উপৰোক্ত ৩০০০ টকাৰ ৰেহাই লাভ কৰিব।

তাৰোপৰি Zomato আৰু Swiggy কৰ্মচাৰী সকলৰ বাবে ২৫০০ টকাৰ ৰেহাই ধাৰ্য কৰা হৈছে।

গতিকে যদি আপুনি এই সুযোগ গ্ৰহণ কৰিব বিচাৰে তেন্তে খৰধৰ কৰক। যিহেতু এই অফাৰ ৩১ আগষ্টলৈকেহে সীমিত।

পিয়ূষ ৰঞ্জন বৰদলৈ

পিয়ূষ ৰঞ্জন বৰদলৈ

Piyush Ranjan is a SEO Expert and a Writer.

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd