• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মানসিকভাবে ভাগি পৰিছে বাবু ভাইয়া : কান্দি কান্দি নিজৰ সমস্যাৰ কথা ক’লে জনপ্ৰিয় ইউটিউবাৰ অনুৰাগ ডোভালে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2026 6:35 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগ বছ ১৭ ৰ প্ৰাক্তন প্ৰতিযোগী আৰু ইউ চি ০৭ ৰাইডাৰ নামেৰে পৰিচিত জনপ্ৰিয় ইউ টিউবাৰ অনুৰাগ ডোভালে শেহতীয়াকৈ সামাজিক মাধ্যমত এক অত্যন্ত চিন্তাজনক পোষ্ট শ্বেয়াৰ কৰিছে। বিগত সাত মাহ ধৰি ইউ টিউবৰ পৰা আঁতৰি থকা অনুৰাগে অভিযোগ কৰিছে যে যোৱা এবছৰ ধৰি তেওঁক মানসিকভাৱে হাৰাশাস্তি আৰু নিৰ্যাতন চলাই থকা হৈছে। অনুৰাগৰ মতে তেওঁৰ অতি আপোন মানুহবোৰেই তেওঁৰ পৰা সকলো কাঢ়ি লৈ গৈছে আৰু বৰ্তমান তেওঁৰ আৰ্থিক শক্তি তথা সম্পৰ্কবোৰৰ ক্ষেত্ৰতো যথেষ্ট লোকচানৰ সন্মুখীন হবলগীয়া হৈছে। তেওঁ আনকি নিজৰ জীৱনটোৰ প্ৰতিও সংশয় প্ৰকাশ কৰিছে আৰু কৈছে যে তেওঁক এতিয়া জীয়াই থকাৰ যোগ্য কৰি ৰখা হোৱা নাই।

অনুৰাগে ইনষ্টাগ্ৰামত লিখা এক আৱেগিক টোকাত উল্লেখ কৰিছে যে কিছুমান লোকে তেওঁক মানসিকভাৱে ইমান অত্যাচাৰ কৰিছে যে তেওঁ আৰু সহ্য কৰিব নোৱাৰা হৈছে। তেওঁ লগতে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে যে এতিয়া তেওঁক অনুসৰণ কৰা হৈছে আৰু তেওঁৰ ওপৰত এক পৰিকল্পিত আক্ৰমণৰ চেষ্টা কৰা হৈছে। অনুৰাগে স্পষ্টকৈ কৈছে যে তেওঁ যিমানে পাৰে যুঁজ দিছে, কিন্তু এতিয়া তেওঁৰ ধৈৰ্যৰ বান্ধ ভাঙি গৈছে। অৱশ্যে তেওঁ শেষ হোৱাৰ আগতে এই সকলোবোৰ ষড়যন্ত্ৰৰ আঁৰত থকা লোকসকলৰ আচল মুখাখন পৃথিৱীৰ আগত খুলি দিব বুলিও হুংকাৰ দিছে।

Apply Now

বিগ বছ ১৭ ৰ পৰা বিদায় লোৱাৰ পিছতো অনুৰাগে শ্ব’টোৰ নিৰ্মাতাৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁৰ মতে শ্ব’টোৰ ভিতৰত তেওঁক অপমানিত কৰা হৈছিল আৰু আনকি এটা ৱাক অফ শ্বেমৰ কাৰ্যসূচীও তেওঁৰ বাবে আয়োজন কৰা হৈছিল যিটো টেলিভিছনত দেখুওৱা হোৱা নাছিল। সকলো প্ৰতিযোগীয়ে তেওঁৰ বিৰুদ্ধে একেলগে চিঞৰিছিল বুলিও তেওঁ জনাইছিল। ২০১৮ চনৰ পৰা বাইকিংৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা অনুৰাগৰ বৰ্তমান ইনষ্টাগ্ৰামত প্ৰায় ৬.৯ নিযুত অনুগামী আছে। সম্প্ৰতি ব্যক্তিগত জীৱনত তেওঁ পত্নী ঋতিকা চৌহানৰ সৈতে তেওঁলোকৰ প্ৰথম সন্তানৰ বাবে অপেক্ষা কৰি আছে, যদিও এই মানসিক চাপ আৰু ভাবুকিয়ে তেওঁৰ অনুৰাগীসকলক যথেষ্ট শংকিত কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd