• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুষ্পম প্ৰিয়াৰ মদৰ অফাৰ! কোন এইগৰাকী বিহাৰৰ নিৰ্বাচনত মুখ্য মন্ত্ৰী পদৰ মহিলা প্ৰাৰ্থী?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 1, 2020 10:18 am
929346-pushpam-priya-chaudhary-plurals-party-bihar

পুষ্পম প্ৰিয়া চৌধুৰী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ জনসাধাৰণক পুনৰ ৰঙীণ পানীয়ৰ আৱেশত মতলীয়া কৰি তোলাৰ অফাৰ দিছে এগৰাকী প্ৰাৰ্থীয়ে! প্লুৰেল্ছ পাৰ্টিৰ মুৰব্বী তথা বিহাৰ নিৰ্বাচনত দলৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী এইগৰাকী হ’ল পুষ্পম প্ৰিয়া চৌধুৰী।

নিজৰ এক টুইটত তেওঁ এনেকুৱা এক মন্তব্য কৰি সমালোচনাৰ লক্ষ্য হৈ পৰিছে।

Apply Now

বিহাৰৰ বৰ্তমান শাসনাধীষ্ঠ চৰকাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যখনত মদ নিষিদ্ধ কৰি অপৰাধ হ্ৰাস কৰাৰ বাবে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ দ্বাৰা তেওঁ বিশেষ জনপ্ৰিয়তাও অৰ্জন কৰিছিল।

এই নিয়ম অনুসৰি ৰাজ্যখনত মদ ক্ৰয়-বিক্ৰয় তথা পান কৰিলে শাস্তিৰ সন্মুখীন হ’ব লাগে। তদুপৰি, ইয়াৰ ফলত বিহাৰত অপৰাধৰ মাত্ৰাও হ্ৰাস পোৱা বুলি কোৱা হৈছে।

কিন্তু এই নিষেধাজ্ঞাৰ ফলত মদৰ ব্যৱসায়ত বৃহৎ লোকচান ঘটিছে। চোৰাংভাৱে মদৰ কাৰবাৰো চলি আছে।

বিহাৰৰ নিৰ্বাচনত এইবাৰ এই বিষয়টোৱে হঠাতে গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। আন বিৰোধী দলে ইয়াক ইচ্ছ্যু কৰা নাই যদিও প্লুৰেল্ছ পাৰ্টিৰ নেত্ৰী পুষ্পম প্ৰিয়া চৌধুৰীয়ে টুইট কৰি মদৰ ব্যৱসায় পুনৰ আৰম্ভ কৰাৰ বাবে দিয়া বাৰ্তাই ৰাজ্যখনত তুমুল চৰ্চা লাভ কৰিছে।

कभी ग्रीस और रोम तक विश्वविख्यात पाटलिपुत्र-पटना-बांकीपुर को ख़ुशनुमा शाम, हैंगआउट प्लेस देकर और दक़ियानूसी शराबबंदी से मुक्त कॉस्मोपोलिटन कैपिटल कौन बनाएगा? मैं? नहीं, आपका शानदार वोट, शानदार भविष्य के लिए! मनहूस, थके हुए लोगों को भगाइए, ग्लोबल बन आगे बढ़ते हैं। #ChooseProgress pic.twitter.com/8pVoqWMq1s

— Pushpam Priya Choudhary (@pushpampc13) October 31, 2020

ইয়াৰ পূৰ্বে পুষ্পম প্ৰিয়াই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাই ৰাজভৱনলৈ প্ৰতিবাদী যাত্ৰাৰ সময়ত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল।

উল্লেখ্য যে লণ্ডন স্কুল অফ ইক’নমিকছৰ প্ৰাক্তন শিক্ষাৰ্থী পুষ্পম প্ৰিয়া বিহাৰৰ ৰাজনীতিত সম্প্ৰতি এক বহুচৰ্চিত নাম।

বিহাৰ বিধানসভা নিৰ্বাচনৰ ২৪৩খন আসনতেই প্ৰাৰ্থী থিয় কৰোৱা পুষ্পম প্ৰিয়া বাঁকিপুৰ সমষ্টিৰ প্লুৰেল্ছ পাৰ্টিৰ প্ৰাৰ্থী।

নিজকে মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰি নৱগঠিত প্লুৰেল্ছ পাৰ্টিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱা উচ্চ শিক্ষিতা যুৱতী পুষ্পম প্ৰিয়াই আধুনিক বিহাৰ গঢ়াৰ আহ্বান দিছে।

ছচিয়েল মিডায়ক নিজৰ নিৰ্বাচনী যুঁজৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা পুষ্পম প্ৰিয়াৰ কিছু অপৰিপক্ক ৰাজনৈতিক ভাষ্যই বিতৰ্কৰো সৃষ্টি কৰিছে।

শেহতীয়াকৈ তেওঁ মদৰ ব্যৱসায় পুনৰ আৰম্ভ কৰাৰ বাবে দিয়া প্ৰতিশ্ৰুতিৰ বিষয়টোৱে ৰাজ্যখনত ব্যাপক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm
২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

October 12, 2026 11:13 am
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am
‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

October 12, 2026 9:29 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm
২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

October 12, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd