• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ডিজিটেল ভিক্ষাৰী’! ডিজিটেল ইণ্ডিয়াই অনুপ্ৰাণিত কৰা এজন ভিক্ষাৰীয়ে লগাইছে চমক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2022 5:39 pm
digital beggar
233
VIEWS
Share on FacebookShare on Twitter

ৰে’ল ষ্টেচনত সন্মুখত কোনো বাচন বা কাপোৰ পাৰি ভিক্ষা খুজি পেট পবৰ্তোৱা ভিক্ষাৰীসকলৰ দৃশ্য কাৰো অজানা নহয়। কিন্তু ৰে’ল ষ্টেচনৰ তেনে এজন ভিক্ষাৰীয়েই ভিক্ষা গ্ৰহণৰ অভিনৱ মাধ্যম ব্যৱহাৰ কৰি লগাইছে চমক।

প্ৰধানমন্ত্ৰী মোদীৰ ডিজিটেল ইণ্ডিয়াৰ প্ৰতিশ্ৰুতিয়ে কাৰ্যত: কোনো সাৰ সুৰ নাপালেও এই প্ৰতিশ্ৰুতিয়ে অনুপ্ৰাণিত কৰিছে এই বিশেষ ভিক্ষাৰীজনক।

বিহাৰৰ বেতিয়া ৰেল ষ্টেচনত ভিক্ষা বিচৰা এজন ৪০ বছৰীয়া ব্যক্তিয়ে ডিজিটেল মাধ্যমেৰে ভিক্ষা গ্ৰহণ কৰি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

ডিঙিত QR কোড প্লেকাৰ্ড আঁৰি আৰু ডিজিটেল টেবলেটৰ সৈতে ডিজিটেল মোডৰ জৰিয়তে তেওঁ ভিক্ষা গ্ৰহণৰ এক আকৰ্ষণীয় পন্থা অৱলম্বন কৰিছে।

লগতে পঢ়ক : হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি মহাভাৰতৰ ‘ভীম’ প্ৰবীণ কুমাৰ ছবতিৰ

নিজকে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ অনুগামী বুলি চিনাকি দিয়া ‘ডিজিটেল ভিক্ষাৰী’ ৰাজু পেটেল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়া অভিযানৰ দ্বাৰা অনুপ্ৰাণিত।

ডিজিটেল ভিক্ষাৰীজনে কয় যে তেওঁ কেতিয়াও প্ৰধানমন্ত্ৰী মোডীৰ ‘মন কি বাত’ ৰেডিঅ’ অনুষ্ঠান শুনিবলৈ নাপাহৰে।

ৰাজু পেটেলে কয়, “মই ডিজিটেল মাধ্যমেৰে ভিক্ষা গ্ৰহণ কৰোঁ। মোৰ বাবে পেট ভৰ্তি কৰাই যথেষ্ট। মই সৰুৰে পৰা ইয়াত ভিক্ষা কৰি আহিছো কিন্তু মই এই ডিজিটেল যুগত ভিক্ষা কৰাৰ পদ্ধতি সলনি কৰিছো।”

এই পদ্ধতি অৱলম্বনৰ কাৰণ সন্দৰ্ভত তেওঁ কয়, “ভিক্ষা কৰাৰ পিছত মই ষ্টেচনত শুওঁ। মই জীৱিকাৰ আন কোনো উপায় বিচাৰি পোৱা নাছিলো। বহুসময়ত মানুহে ভিক্ষা দিবলৈ অস্বীকাৰ কৰি কৈছিল যে তেওঁলোকৰ ওচৰত সৰু মূল্যৰ নগদ ধন নাই।”

“বহুতো লোকে কৈছিল ই-ৱালেটৰ যুগত নগদ ধন কঢ়িয়াই নিয়াৰ কোনো প্ৰয়োজন নাই। ইয়াৰ বাবে মই এটা বেংক একাউণ্ট আৰু এটা ই-ৱালেট খুলিছিলো।” তেওঁ লগতে কয়।

লগতে পঢ়ক :  দেশ “এইবাৰ অখিলেশ চৰকাৰ, ৩০০ পাৰ”- বিজেপিক কাউণ্টাৰেৰে উত্তৰ প্ৰদেশত মমতা বেনাৰ্জীয়ে নতুন শ্ল’গান

ভিক্ষাৰ বাবে ই-ৱালেট সুবিধা ব্যৱহাৰ কৰা পেটেলে কয় যে বেছিভাগ লোকে এতিয়াও নগদ ভিক্ষা দিয়ে। অৱশ্যে কিছুমান লোকে তেওঁৰ ই-ৱালেটলৈ ধন স্থানান্তৰ কৰে।

তেওঁ জনায় যে বেঙ্কে বেংক একাউণ্ট খোলাৰ বাবে তেওঁৰ আধাৰ আৰু পেন কাৰ্ড বিচাৰিছিল। সেয়েহে তেওঁ এটা পেন কাৰ্ড বনাই লৈছিল।

পেটেলে বেতিয়াত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য শাখাত এটা একাউণ্ট খুলিছিল আৰু এটা ই-ৱালেট তৈয়াৰ কৰিছিল। বৰ্তমান তেওঁ বেতিয়া ৰেল ষ্টেচনৰ চাৰিওফালে ডিজিটেল ভাৱে ভিক্ষা গ্ৰহণ কৰে।

Tags: Digital IndiaDigital TransactionMan ki Baat

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd