• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 16, 2020 10:06 am

1 min read

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ
303
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ সকলো স্তৰৰ লোককে বিনামূলীয়া কোভিড ভেকচিন প্ৰদান কৰাৰ ক্ষেত্ৰত বিহাৰ কেবিনেটত মঙলবাৰে এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

‘‘চৰকাৰ গঠন হোৱাৰ পাছত বিহাৰৰ জনসাধাৰণৰ বাবে এয়া আমাৰ এক বৃহৎ উপহাৰ,’’ বিহাৰৰ উপ-মুখ্য মন্ত্ৰী টাৰকিশোৰ প্ৰসাদে কয়।

ইয়াৰ উপৰিও, বিহাৰ কেবিনেটে মঙলবাৰে বৈঠকত আগন্তুক পাঁচবছৰৰ ভিতৰত ৰাজ্যখনৰ চৰকাৰী আৰু বেচৰকাৰী খণ্ডত ২০ লাখ নতুন নিযুক্তি দিয়াৰ ক্ষেত্ৰতো প্ৰস্তাৱ গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, সদ্য সমাপ্ত বিহাৰ বিধানসভা নিৰ্বাচনত এন ডি এ পুনৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল।

নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য মন্ত্ৰী নীতিশ কুমাৰ আৰু বিজেপিয়ে তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে সকলো জনসাধাৰণক বিনামূলীয়া কোভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল।

বিহাৰৰ উপৰিও দেশৰ আন বহু কেইখন ৰাজ্যই জনসাধাৰণক বিনামূলীয়া কোভিড ভেকচিন দিয়াৰ ক্ষেত্ৰত চিন্তা-চৰ্চা অব্যাহত ৰাখিছে।

আনহাতে, অহা জানুৱাৰি-ফেব্ৰুৱাৰি মাহৰ ভিতৰত দেশৰ জনসাধাৰণে কোভিডৰ ভেকচিন লাভ কৰিব বুলি ভাৰতৰ ভেকচিন নিৰ্মাতা প্ৰতিষ্ঠান চেৰাম ইষ্টিটিউটৰ মুৰব্বীয়ে মত প্ৰকাশ কৰিছে।

Recent News

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd