• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিহাৰৰ মন্ত্ৰী বিনোদ কুমাৰ সিঙৰ ৫৪ বছৰ বয়সত দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
October 12, 2020 5:10 pm
বিনোদ কুমাৰ সিং

বিনোদ কুমাৰ সিং

206
VIEWS
Share on FacebookShare on Twitter

পিছপৰা শ্ৰেণী আৰু অতি পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ বিহাৰৰ মন্ত্ৰী বিনোদ কুমাৰ সিঙে আজি ৫৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

বিহাৰৰ মন্ত্ৰী গৰাকীৰ মৃত্যুৰ পাছতে বিহাৰৰ ৰাজনীতিৰ জগতত শোকৰ ছাঁ পৰে।

বিনোদ কুমাৰ সিঙে মগজুৰ পক্ষাঘাটত আক্ৰান্ত হৈ বিগত এমাহ ধৰি দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

ইয়াৰ পূৰ্বে, বিনোদ কুমাৰ সিং আৰু তেওঁৰ পত্নী নিশা সিঙৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

চিকিৎসাৰ অন্তত দুয়ো ক’ৰ’না মুক্ত হয় যদিও মগজুৰ পক্ষাঘাতত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা বিনোদ কুমাৰ সিঙে আজি নিয়তিৰ ওচৰত হাৰ মানে।

বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰৰ লগতে ৰাজ্যখনৰ অন্যান্য ৰাজনৈতিক নেতা সকলে বিনোদ কুমাৰ সিঙৰ মৃত্যুত গভীৰ সমবেদনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানো হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছিল।

অতি কম সময়ৰ ভিতৰত বিহাৰ ৰাজনীতিৰ দুগৰাকী প্ৰভাৱশালী নেতাৰ মৃত্যুই জনসাধাৰণক আশাহত কৰি তুলিছে।

Recent News

‘উদয়পুৰ ফাইলছ’ মুক্তিত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়েঃ কিয় বিতৰ্কৰ মাজত সোমাই পৰিছে চিনেমাখন?

‘উদয়পুৰ ফাইলছ’ মুক্তিত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়েঃ কিয় বিতৰ্কৰ মাজত সোমাই পৰিছে চিনেমাখন?

‘আধাৰ প্ৰাথমিক পৰিচয় পত্ৰ নহয়’- নাগৰিকত্ব সংশোধনী বিতৰ্ক সন্দৰ্ভত UIDAI-ৰ বিষয়াৰ মন্তব্য

‘আধাৰ প্ৰাথমিক পৰিচয় পত্ৰ নহয়’- নাগৰিকত্ব সংশোধনী বিতৰ্ক সন্দৰ্ভত UIDAI-ৰ বিষয়াৰ মন্তব্য

ৰাজস্থানত বায়ুসেনাৰ জাগুয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটসহ ২ জন নিহত

ৰাজস্থানত বায়ুসেনাৰ জাগুয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটসহ ২ জন নিহত

ঘৈণীয়েকক লাঠিৰে কোবাই ভতিজাকৰ সৈতে বিয়া পাতি দিলে পত্নীৰ! ভাইৰেল ভিডিঅ’

ঘৈণীয়েকক লাঠিৰে কোবাই ভতিজাকৰ সৈতে বিয়া পাতি দিলে পত্নীৰ! ভাইৰেল ভিডিঅ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd