• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জন্মদিনত তেজস্বীক আশীৰ্বাদ দি লালুৱে ক’লে, ‘বিহাৰৰ জনতাই দিব জন্মদিনৰ উপহাৰ’

এন ই নাও নিউজ by এন ই নাও নিউজ
November 10, 2020 9:36 am
305
VIEWS
Share on FacebookShare on Twitter

আজি বিহাৰৰ জনতাই তেজস্বী যাদৱক জন্মদিনৰ উপহাৰ প্ৰদান কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰ জে ডি প্ৰধান লালু যাদৱে।

সোমবাৰে তেজস্বী যাদৱৰ ৩১ তম জন্মদিন আছিল। আৰু জানিব পৰা মতে, তেজস্বীয়ে নিজৰ এই বিশেষ দিনটোত পিতৃৰ আশীৰ্বাদ বিচাৰি ফোন কৰোঁতে লালু যাদৱে তেওঁক কৈছিল যে যেতিয়া নিৰ্বাচনৰ ফলাফল আহিব তেতিয়া বিহাৰৰ লোকসকলে মঙলবাৰে তেওঁক উপহাৰ দিব।

বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ ভোট গণনা চলি আছে। প্ৰায় সকলো এগজিট প’লে এই নিৰ্বাচনত তেজস্বী যাদৱৰ নেতৃত্বত মহাজোঁট বন্ধনে বিশাল বিজয় সাব্যস্ত কৰিব বুলি ভৱিষ্যতবাণী কৰিছে।

এই নিৰ্বাচনত তেজস্বী য়াদৱ হৈছে মহাজোঁট বন্ধনৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী।

লালু যাদৱৰ পৰিয়ালৰ এক সূত্ৰই জনোৱা মতে, তেজস্বী যাদৱে নিজৰ জন্মদিন উপলক্ষে সোমবাৰে পিতৃৰ আশীৰ্বাদ বিচাৰি ফোনযোগে যোগাযোগ কৰিছিল।

ফোনত লালুৱে কনিষ্ঠ পুত্ৰ তেজস্বীক কয়, ‘উপহাৰ অহা কালি বিহাৰৰ জনসাধাৰণে প্ৰদান কৰিব। ‘

চাৰা কেলেংকাৰিৰ শাস্তি অতিবাহিত কৰি থকা লালু বৰ্তমান ৰাঁচিৰ ৰাজেন্দ্ৰ ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সত বিভিন্ন ৰোগৰ বাবে চিকিৎসা কৰি আছে।

এতিয়া অহা ২৭ নৱেম্বৰত হ’ব লগীয়া শুনানিৰ পিছতহে জানিব পৰা যাব যে লালু প্ৰসাদ যাদৱে জামিন লাভ কৰিব নে নাই।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd