DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আছুৰ বৃহৎ বাইক ৰেলী

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
March 20, 2021 1:47 pm
a elepha
896
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথতো নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত আছুৰ উদ্যোগত উলিওৱা হয় বৃহৎ বাইক ৰেলী ।

বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা বিশ্বনাথ চাৰিআলিৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী শ্লোগানেৰে বাইক ৰেলী উলিয়ায় প্ৰতিবাদকাৰী সকলে ।

এই বাইক ৰেলীত লগতে সহযোগ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও ।

উল্লেখ্য অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰি আহিছে যদিও চৰকাৰে তেনে প্ৰতিবাদৰ প্ৰতি মুঠেও গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।

এই জাতিধ্বংসী আইন খনৰ বিৰুদ্ধে অসমত ২০১৯ চনৰ মাজ ভাগৰ পৰাই আন্দোলন চলি আহিছে।

মাজতে কোভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত আন্দোলন স্থৱিৰ হৈ পৰিছিল যদিও আছুৰ উদ্যোগত আজিৰে পৰা পুনৰ ৰাজ্যজুৰি আৰম্ভ হৈছে ‘কা’ৰ বিৰুদ্ধে আন্দোলন।’কা’ আন্দোলনত অসমত পাঁচজন লোক শ্বহীদ হৈছে।

Recent News

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

মুখ্যমন্ত্ৰীয়ে নহয়; ৰেডিচন ব্লুৰ GST ৰ ধন দিবলৈ প্ৰস্তুত তৃণমূলৰ সভাপতি ৰিপুন বৰা

মুখ্যমন্ত্ৰীয়ে নহয়; ৰেডিচন ব্লুৰ GST ৰ ধন দিবলৈ প্ৰস্তুত তৃণমূলৰ সভাপতি ৰিপুন বৰা

নামনি অসমত জলপ্ৰলয়ৰ বাবে দায়ী ভূটান আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰ— আপ

নামনি অসমত জলপ্ৰলয়ৰ বাবে দায়ী ভূটান আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰ— আপ

Cop suicide After Firing Colleague

প্ৰথমে মহিলা সতীৰ্থলৈ গুলীচালনা; তাৰ পিছত নিজকে গুলীয়াই হত্যা আৰক্ষী পৰিদৰ্শকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd