DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতৰ ফাৰ্মা উদ্যোগ সমগ্ৰ বিশ্বৰ বাবে কোভিড-১৯ ভেকচিন প্ৰস্তুত কৰিবলৈ সক্ষম : বিল গেটছ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2020 6:04 pm
বিল গেটছ, উৎস-ইণ্টাৰনেট

বিল গেটছ, উৎস-ইণ্টাৰনেট

5k
VIEWS
Share on FacebookShare on Twitter

মাইক্ৰ’ছফ্টৰ মুখ্য কাৰ্য্যবাহী বিল গেটছে বৃহস্পতিবাৰে ভাৰতৰ ফাৰ্মা উদ্যোগ সমগ্ৰ বিশ্বৰ বাবে কোভিড-১৯ ভেকচিন নিৰ্মাণ কৰি উলিয়াব পৰাকৈ সক্ষম বুলি উল্লেখ কৰে।

”ভাৰতৰ ফাৰ্মা উদ্যোগৰ কেবল মাত্ৰ দেশৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ বাবে কোভিড-১৯ ভেকচিন প্ৰস্তুত কৰিব পৰাৰ সক্ষমতা আছে,” ভাৰতৰ ফাৰ্মা উদ্যোগক প্ৰশংসা কৰি গেটছে কয়।

বিল গেটছ আৰু মেলিন্দা গেটছে ফাউণ্ডেশ্যনে চৰকাৰৰ সৈতে বিশেষকৈ আই চি এম আৰৰ সৈতে সহযোগিতাৰে বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে।

ইয়াৰ পূৰ্বেও ক’ৰ’নাৰ প্ৰাৰম্ভিক সংক্ৰমণৰ সময়ত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বিল গেটছে আলোচনাত অংশগ্ৰহণ কৰিছিল আৰু ক’ৰ’নাৰ বিৰুদ্ধে যুদ্ধত ভাৰতৰ কাৰ্য্যব্যৱস্থাক প্ৰশংসা কৰিছিল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ো ভাৰতৰ ফাৰ্মা উদ্যোগক সমগ্ৰ বিশ্বৰ বাবে আশীৰ্বাদ হিচাপে অভিহিত কৰিছিল।

ক’ৰ’না ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ সময়ত ভাৰতে বহু কেইখন দেশলৈ জীৱন দায়িনী ঔষধৰ যোগান ধৰিছিল।

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd