• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিবেশ সজাগতা সৃষ্টিৰ বাবে তামুলপুৰৰ এগৰাকী অভিযন্তাৰ অভিনৱ পদক্ষেপ; চাইকেলেৰে ঝাৰখণ্ডলৈ আৰম্ভ কৰিলে প্ৰদূষণ মুক্ত যাত্ৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 9, 2019 7:49 pm
Bimal Huzuri tamulpur

বিমল হুজুৰী

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলকীয় উষ্ণতা বৃদ্ধি আৰু পৰিবেশ সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাক্সা জিলাৰ তামুলপুৰৰ এজন উদীয়মান অভিযন্তাই চাইকেলেৰে অসমৰ পৰা সুদূৰ ঝাৰখণ্ডলৈ যাত্ৰা আৰম্ভ কৰিছে।

মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰীধাৰী তামুলপুৰৰ বিমল হুজুৰী নামৰ যুৱকজনে পৰিবেশ সজাগতা আৰু গোলকীয় উষ্ণতা বৃদ্ধি সন্দৰ্ভত মানুহৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে সোমবাৰে তামুলপুৰৰ পৰা চাইকেলেৰে ঝাৰখণ্ডৰ বাবা বৈদ্য নাথ ধাম অভিমুখে যাত্ৰা আৰম্ভ কৰিছে।

Apply Now

যাত্ৰাকালত নিজৰ একমাত্ৰ সংগী চাইকেলখনেৰে তেওঁ অতিক্ৰম কৰিব প্ৰায় ১৮০০ কিলোমিটাৰ পথ। সোমবাৰে ৰাতিপুৱা তামুলপুৰৰ পৰা যাত্ৰাৰ শুভাৰাম্ভ কৰা বিমল হুজুৰীয়ে গধূলী বঙাইগাঁৱত উপস্থিত হৈ আজি ৰাতিপুৱাই পুনৰ যাত্ৰা আৰম্ভ কৰে।

নিজৰ অভিনৱ যাত্ৰা সম্বন্ধে সংবাদ মাধ্যমৰ আগত যুৱকজনে পৃথিৱীত অতিমাত্ৰা যান-বাহনৰ ব্যৱহাৰৰ ফলত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে বুলি উল্লেখ কৰে। তেওঁ লগতে মানুহক চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তুলিবৰ বাবে আহ্বান জনাই কয় যে চাইকেলে কোনো ধৰণৰ পৰিবেশ প্ৰদূষণ নকৰে আৰু ইয়াৰ দ্বাৰা নিজৰ স্বাস্থ্যও ভালে ৰাখিব পৰা যায়।

সৰুৰে পৰা শিৱ ভক্ত বিমলে প্ৰকাশ কৰা মতে মহাদেৱে কৈলাশ পৰ্বতত বাস কৰাৰ অৰ্থ হ’ল আমাৰ বাসস্থানসমূহ সেউজীয়া কৰি ৰখাৰ এক প্ৰতীকি উপস্থাপন যাক আমাৰ ভবিষ্যত প্ৰজন্মই পালন কৰিব পৰা নাই আৰু অবাধে গছ-গছনি ধ্বংস কৰিছে যি কৰ্মই ভবিষ্যত প্ৰজন্মৰ ক্ষতিসাধনহে কৰিব।

২০০৯ চনত তামুলপুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বিমল হুজুৰীয়ে ত্ৰিপুৰাৰ আই চি এফ এ আই য়ুনিৰ্ভাচিটিৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং বিষয়ত স্নাতক ডিগ্ৰী অৰ্জন কৰি নৱ-প্ৰজন্মৰ মাজত পুনৰ চাইকেলৰ প্ৰচলন বৃদ্ধি কৰাৰ বাবে কাম কৰি আছে।

বিমলৰ বিশ্বাস ভাৰতৰ নতুন প্ৰজন্মই পুনৰ চাইকেলক আদৰি লব আৰু এখন প্ৰদূষণ মুক্ত সেউজীয়া  পৃথিৱী গঢ়াৰ বাবে আগবাঢ়ি আহিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd