• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ বাংলাদেশৰ প্ৰধান মন্ত্ৰী হোৱাৰ দিশে শ্বেখ হাছিনা; ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব দেবৰ শুভেচ্ছা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2018 8:31 pm
Biplab-Deb

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ ফাইল ফটো

186
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত আৱামী লীগ দলে বৃহৎ জয় সাব্যস্ত কৰাৰ পাছতে পুনৰ প্ৰধান মন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত হোৱা শ্বেখ হাছিনাক টেলিফোন যোগে শুভেচ্ছা জনাইছে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে। আজি সাংবাদিকৰ লগত হোৱা কথা বাৰ্তাত ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দিয়ে।

মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাৰ নেতৃত্বত বাংলাদেশৰ উন্নয়ন সম্ভৱ হৈছে আৰু ভৱিষ্যতেও তেওঁৰ নেতৃত্বত দেশখনে দ্ৰুতগতিত উন্নয়ন লাভ কৰিব।

মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে শ্বেখ হাছিনা মোৰ মাতৃৰ দৰে। টেলিফোনত কথা হওঁতে তেওঁ মোক পুনৰ বাংলাদেশলৈ আমন্ত্ৰন জনাইছে। তেওঁ উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ লগত বিশেষকৈ ত্ৰিপুৰাৰ সৈতে সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াই যাব বুলিও আশ্বাস তথা প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীগৰাকীৰ উপৰি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাক টেলিফোনযোগে শুভেচ্ছা প্ৰদান কৰা বুলি বিপ্লব দেবে সংবাদ মাধ্যমক জনায়।

উল্লেখ্য যে মুঠ ৩০০ খন আসনৰ ২৯৯ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল বাংলাদেশৰ সাধাৰণ নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত এগৰাকী প্ৰাৰ্থীৰ মৃত্যু হোৱা বাবে এটা সমষ্টিত স্থগিত ৰখা হৈছিল নিৰ্বাচন।

Recent News

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd