• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিমা হাচাওৰ নতুন আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব গ্ৰহণ বীৰ বিক্ৰম গগৈৰ

Pankaj Kumar Deb পংকজকুমাৰ দেব
হাফলং , January 29, 2020 6:02 pm

1 min read

Veer Bikram Gogoi

বীৰ বিক্ৰম গগৈ

1.4k
VIEWS
Share on FacebookShare on Twitter

এ পি এছ বিষয়া বীৰ বিক্ৰম গগৈক ডিমা হাচাও জিলাৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্ত কৰা হৈছে। অধীক্ষক গৰাকীয়ে আজি বিদায়ী আৰক্ষী অধীক্ষক গৌৰব দিলীপ অভিজিতৰ পৰা দায়িত্ব চমজি লয়।

ইয়াৰ আগতে তেওঁ ২৩ আই আৰ বেটেলিয়ানৰ কমাণ্ডেন্ট হিচাপে কাৰ্বি আংলং জিলাত কৰ্তব্যৰত আছিল।

আই পি এছ বিষয়া গৌৰব দিলীপক নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰাৰ পাছত এ পি এছ গগৈক ডিমা হাচাও জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্ত কৰিছিল ৰাজ্যিক গৃহ বিভাগে।

আজি হাফলঙত নিজ কাৰ্যালয়ত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত নবনিযুক্ত আৰক্ষী অধীক্ষক গগৈয়ে ডিমা হাচাও জিলাৰ সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰি কয় যে মোক ৰাইজৰ সেৱাৰ কাৰণে ইয়াত নিযুক্ত দিয়া হৈছে।

সেই কাৰণে পাৰ্বত্য জিলাৰ সামিগ্ৰক আইন শৃংখলা ব্যৱস্থা সুকলমে নিয়ন্ত্ৰণ কৰাই হ’ব আমাৰ প্ৰথম আৰু একমাত্ৰ দায়িত্ব।

উল্লেখনীয় যে  আই পি এছ বিষয়া গৌৰব দিলীপক দায়িত্ব গ্ৰহণৰ এমাহৰ পিছতেই অন্য এখন জিলালৈ বদলি কৰা প্ৰসংগত সন্তষ্ট নহয় দল-সংগঠন।

Recent News

373268-pm-cares-fund-2

স্বচ্ছতাৰ অভাৱ! পি এম কেয়াৰ্ছ ফাণ্ডক লৈ প্ৰাক্তন আমোলাৰ প্ৰশ্নৰ সন্মুখীন প্ৰধানমন্ত্ৰী মোদী

Bogamati protest

বনভোজস্থলী বগামাটিত মদ বন্ধৰ দাবীত উত্তাল বাঙালীপাৰা চাৰিআলি; ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক জনতা

natkhat-vidya-1200

অস্কাৰৰ দৌৰত এইবাৰ শ্বৰ্ট ফিল্ম ‘নটখট’; উৎফুল্লিত বিদ্যা বালান

Indane-Chhotu-800x445

ঠিকনাৰ নথি অবিহনেই পোৱা যাব LPGচিলিণ্ডাৰ! কিন্তু কেনেকৈ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd