• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অধ্যাপক বিৰিঞ্চি কুমাৰ বৰুৱা স্মৃতি বক্তৃতা, দেওবাৰে গুৱাহাটীত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 7, 2019 3:37 pm
Birinchi Kumar Barua Memorial Lecture 2019 to be held on Sunday at Vivekananda Kendra in Guwahati

অধ্যাপক বিৰিঞ্চি কুমাৰ বৰুৱাৰ ছবি। সৌজন্য-- Panjab digital library।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অধ্যাপক বিৰিঞ্চি কুমাৰ বৰুৱা স্মৃতি বক্তৃতা ২০১৯ অহা ৯ জুন দেওবাৰে গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত হ’ব।

আবেলি ৪ বজাৰ পৰা আৰম্ভ হ’ব লগা বক্তৃতাটোৰ বিষয়বস্তু “English Literature Studies in India: Past, Present and Future”।

Apply Now

বক্তৃতাটো প্ৰদান কৰিব সাহিত্য অকাদেমিৰ সাধাৰণ পৰিষদৰ ইংৰাজী ভাষা ব’ৰ্দৰ সমন্বয়ক সংযুক্তা দাসগুপ্তাই। দাসগুপ্তা কলিকতা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী তথা কলা শাখাৰ প্ৰাক্তন কলাগুৰু।

একেটা অনুষ্ঠানতে অধ্যাপক বৰুৱাৰ “আঘোণী বাই” শীৰ্ষক চুটিগল্প সংকলনৰ ইংৰাজী অনুবাদ “Aghoni Bai And Other Stories”ও উন্মোচন কৰা হ’ব।

মিত্ৰা ফুকনে অসমীয়াৰ পৰা অনুবাদ কৰা গ্ৰন্থখন উন্মোচন কৰিব অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ধীৰেশ নাৰায়ণ চৌধুৰীয়ে।

বিৰিঞ্চি কুমাৰ বৰুৱা স্মৃতি ন্যাসে আয়োজন কৰা অনুষ্ঠানটোত সভাপতিত্ব কৰিব ন্যাসৰ সভাপতি নগেন শইকীয়াই।

লোকসংস্কৃতিৰ গৱেষক, অধ্যাপক বৰুৱাৰ দুই উপন্যাস “জীৱনৰ বাটত” আৰু “সেউজী পাতৰ কাহিনী” অসমীয়া সাহিত্যৰ উৎকৃষ্টতম সাহিত্য কৃতি বুলি স্বীকৃত। ক্ৰমে বীণা বৰুৱা আৰু ৰাস্না বৰুৱা ছদ্মনামত তেওঁ উপন্যাস দুখন লিখিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

August 22, 2026 8:39 am
দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

August 22, 2026 8:05 am
পুনৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ; ‘সংৰক্ষণ নীতিৰ’ বিৰুদ্ধে বিশাল সমাৱেশ, আটক কেইবাজনো

পুনৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ; ‘সংৰক্ষণ নীতিৰ’ বিৰুদ্ধে বিশাল সমাৱেশ, আটক কেইবাজনো

August 22, 2026 8:05 am
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

August 22, 2026 8:39 am
দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

August 22, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd