DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘এখুদ ককাইদেউ’ নৱকান্ত বৰুৱাৰ আজি ওপজা দিন ,কলিয়াবৰত বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন

ৰিদিপ শৰ্মা,কলিয়াবৰ by ৰিদিপ শৰ্মা,কলিয়াবৰ
December 29, 2021 4:52 pm
2.6k
VIEWS
Share on FacebookShare on Twitter

আধুনিক কবিতাক নতুন মাত্ৰা প্ৰদান কৰা বিশিষ্ট কবি নৱকান্ত বৰুৱাৰ আজি ওপজা দিন। এখুদ ককাইদেউৰ ওপজা দিনত কবিতাৰে মুখৰিত হ’ল কলিয়াবৰৰ মহকুমা পুথিভঁড়াল প্ৰাংগণ ।

কলিয়াবৰ প্ৰেছ ক্লাব, কলিয়াবৰ মহকুমা পুথিভঁড়াল আৰু ‘উন্মীলন- এখন নতুন পৃথিৱী’ নামৰ সাহিত্য অনুষ্ঠানটোৰ উদ্যোগত কবি গৰাকীৰ জন্মদিনত উদযাপিত হ’ল “কবিতাৰে এদিন” শীৰ্ষক এক মনোজ্ঞ কবিতা পাঠৰ অনুষ্ঠান।
মুকলি আকাশৰ তলত ভিন্নসুৰী কবিতাৰ পাঠ আৰু আবৃত্তিৰে এক ৰমণীয় পৰিৱেশৰ সূচনা হয় কলিয়াবৰৰ ডঃ ভৱেন্দ্ৰ নাথ শইকীয়া মহকুমা পুথিভঁড়াল চৌহদ।

কবিতাৰে এদিন শীৰ্ষক অনুষ্ঠানটোত পৰ্যালোচক হিচাপে উপস্থিত থাকে বিশিষ্ট কবি-গল্পকাৰ ডাঃ হেমন্ত কুমাৰ গোস্বামী।
বিশিষ্ট লেখক অতুল শৰ্মাই সঞ্চালনা কৰা অনুষ্ঠানটোত ৪০ গৰাকীৰো অধিক নবীন-প্ৰবীণ কবিয়ে স্বৰচিত কবিতা পাঠ কৰাৰ লগতে নৱকান্ত বৰুৱাৰ কবিতা আবৃত্তি কৰে কেইবাগৰাকীও আবৃত্তিকাৰে।

কবিতাৰ পাঠ আৰু চৰ্চাৰে যুগদ্ৰষ্টা কবিগৰাকীক সোঁৱৰণ কৰাৰ লগতে বিশিষ্ট সাহিত্যিক ডঃ ভবেন্দ্ৰ নাথ শইকীয়া আৰু কবি নৱকান্ত বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি তৰ্পনৰে “কবিতাৰ এদিন” উদযাপন কৰে উদ্যোক্তাসকলে।

কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তপন শইকীয়াই ক্যাবিকতাৰ মাজেৰে অভ্যাগতসকলক আদৰণি জনোৱা অনুষ্ঠানটোৰ আঁত ধৰে উন্মীলনৰ সদস্য ৰিদীপ বৰাই।

অনুষ্ঠানতে হস্তশিল্প আৰু বাঁহ-বেতৰ অংশৰে অলংকাৰ নিৰ্মাণ কৰি সমাদৰ লাভ কৰা অলিস্মিতা শইকীয়াক উন্মীলন সাধনা বঁটা আৰু উদীয়মান কবি-সাংবাদিক ঝুণাকংকন ভূঞাক লীলাধৰ বৰা সোঁৱৰণী সাহিত্য বঁটা আগবঢ়োৱা হয়।

Recent News

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

World War II bombs found

মণিপুৰত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ দুটা বোমা: নিৰাপদে নিষ্ক্ৰিয় কৰিলে আৰক্ষীয়ে

UP Couple Kills Daughter

অ’নাৰ কিলিং! গৰ্ভাৱস্থা পৰীক্ষাৰ কিট পোৱাৰ বাবেই যুৱতীক হত্যা নিজ পিতৃ-মাতৃৰ!

Indian Missing In Turkey

ভূমিকম্প বিধ্বস্ত তুৰস্কত সন্ধানহীন ভাৰতীয় নাগৰিক: ১০ ভাৰতীয় আৱদ্ধ ভূমিকম্পপীড়িত চহৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd