• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দ্বিতীয় কাশীধাম খ্যাত গোৱালপাৰাৰ শ্ৰীশ্ৰী সূৰ্যপাহাৰ পীঠ স্থানত আজিৰ পৰা আৰম্ভ বিষ্ণু যজ্ঞ

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , February 18, 2019 8:50 pm

1 min read

Kashidham

ফটো : নৰ্থ-ইষ্ট নাও

535
VIEWS
Share on FacebookShare on Twitter

উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয় কাশীধাম নামেৰে খ্যাত গোৱালপাৰা জিলাৰ শ্ৰীশ্ৰী সূৰ্যপাহাৰ মহাপীঠস্থানত আজিৰ পৰা সাত দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে পবিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে  বিষ্ণু যজ্ঞ সহ মেলা মহোৎসৱ ৷

আজি পুৱা ১০ বজাত ধৰ্ম ধ্বজা উত্তোলনেৰে শুভাৰম্ভ হোৱা মেলা মহোৎসৱৰ আটাই কেইটা দিনতে বিশ্বশান্তিৰ কামনাৰে বিষ্ণু যজ্ঞ, শ্ৰীশ্ৰী দ্বাদশভূজাৰ পূজা, মহাবীৰ হনুমানৰ পূজা, সূৰ্য দেৱতাৰ উপাসনা, নাম-কীৰ্তন, গীতাপাঠ আদি অনুষ্ঠান অনুষ্ঠিত হ’ব।

উল্লেখ্য যে শ্ৰীশ্ৰী সূৰ্যপাহাৰ পীঠস্থানখনি প্ৰাচীন কীৰ্তি চিহ্ন তথা পুৰাতাত্বিক সমলেৰে উভৈনদী৷ ইতিমধ্যে এই পীঠস্থানত ৰাজ্যিক পুৰাতত্ব বিভাগে খনন কাৰ্য চলাই বহুতো প্ৰাচীন অট্টালিকা আদিৰ ভগ্নাবশেষকে ধৰি বহু ঐতিহাসিক সমল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

ধৰ্মীয় বিশ্বাস অনুসৰি শ্ৰীশ্ৰী সূৰ্যপাহাৰত এক লক্ষ শিলত কটা এটা শিৱ লিংগ বিদ্যমান। সেই বাবেই এই পীঠ স্থানখনক দ্বিতীয় কাশীধাম হিচাপে গণ্য কৰা হয়।

উল্লেখ্য যে এই তীৰ্থস্থানখন হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মালম্বী লোকৰ সমূহীয়া উপাসনাস্থলী৷ যাৰ বাবে পীঠ স্থান খনলৈ দেশৰ বিভিন্ন স্থানৰ পৰা ভক্তৰ সমাগম মন কৰিব লগীয়া।

ইফালে আজিৰ পৰা আৰম্ভ হ’ব লগীয়া মাঘী পূৰ্ণিমা মেলা মহোৎসৱখন অহা ২৪ ফেব্ৰুৱাৰীত সামৰণি পৰিব।

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd